Eid Mubarak Wishes In Assamese 2023 । ঈদ মোবাৰকৰ শুভেচ্ছা বাণী | ঈদৰ শুভেচ্ছা বাৰ্তা | আচ্ছালামু আলাইকুম ঈদ মুবাৰক শুভেচ্ছা : ঈদ ৰমজানৰ শেষ সন্ধিয়া যেতিয়া আকাশত চন্দ্ৰৰ সুন্দৰ দৃশ্য থাকে , তেতিয়া বিশ্বাস কৰা হয় যে পিছদিনা ঈদ।তাৰ পিছত আহে ঈদৰ উৎসৱ। অসম তথা ভাৰতৰ সকলো ইছলাম ধৰ্মাৱলম্বী লোকসকলক পোন প্ৰথমে V.U.ACADEMY ৰ তৰফৰ পৰা পৱিত্ৰ ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আশাঁ কৰো এই পৱিত্ৰ ঈদ উল ফিতৰৰ জৰিয়তে অসম তথা ভাৰতবৰ্ষৰ সকলো শ্ৰেণীৰ ৰাইজৰ মাজত সাতামপুৰুষীয়া সম্প্রীতিৰ বান্ধোন অধিক কটকটীয়া কৰি সমাজখনক আগুৱাই লৈ যাব। লগতে বিভিন্ন জাতি – জন গো ষ্ঠীৰ মিলনৰ ভূমি এইখন অসমত সক লো কে শান্তিৰ বাণীৰে উদ্বুদ্ধ কৰি তুলিবলৈ মহান আ ল্লাহৰ ওচৰত দোৱা ক ৰি লো। বন্ধু বান্ধৱী সকল আমি ঈদৰ দিনা সকলোৱে ছচিয়েল মিডিয়াত ইজনে সিজনক Eid Mubarak Wishes, Eid Mubarak Shayari, Image আদি প্ৰেৰণ কৰো।এই লেখাটোত ঈদৰ শুভেচ্ছা...
We provide powerful content on all subjects, question papers, general knowledge, career tips, communication skills, online earning, personal branding, and more. Whether you're a student, teacher, or learner—this blog helps you grow smarter every day. Explore. Learn. Succeed – with Vidya Unnati Academy.