ণত্ব বিধি আৰু ষত্ব বিধিৰ নিয়মাৱলী । ণত্ব আৰু ষত্ব বিধিৰ প্ৰশ্ন উত্তৰ।
ণত্ব বিধি আৰু ষত্ব বিধিৰ নিয়মাৱলী । ণত্ব আৰু ষত্ব বিধিৰ প্ৰশ্ন উত্তৰ। আজি আমি এক গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰিম যি হৈছে “ ণত্ব আৰু ষত্ব বিধিৰ নিয়মাৱলী ” আৰু এই বিধি সম্বন্ধীয় প্ৰশ্ন উত্তৰ বিষয়ে জানিম । ণত্ব আ ইয়াত আমি পোনে পোনে ণত্ব বিধিৰ নিয়মাৱলী আলোচনা নকৰি প্ৰথমে ণত্ব বিধি আৰু ষত্ব বিধি কি বা কাক বোলে সেয়া জনা প্ৰয়োজন। আৰু সেই কাৰণে আহক আমি ণত্ব বিধি আৰু ষত্ব বিধিৰ সবিশেষ আলোচনা কৰো। ণত্ব বিধি কাক বোলে ? যি বিধি বা নিয়মৰ দ্বাৰাই দন্ত্য ন মূৰ্ধণ্য ণ লৈ পৰিৱৰ্তন হৈ পৰে , তাকে ণত্ব বিধি বোলে। ষ ষত্ব বিধি কাক বোলে ? =. কেতিয়াবা দুটা বা এটা বৰ্ণৰ প্ৰভাবত আন এটা বৰ্ণৰ ৰূপ সলনি হোৱা দেখা যায়। এইক্ষেত্ৰত , বিশেষকৈ শব্দ এটাৰ দন্ত্য ন মূৰ্ধণ্য ণ আৰু দন্ত্য স মূৰ্ধণ্য ষ লৈ সলনি হোৱাটো মনকৰিবলগীয়া। যি বিধি বা নিয়মৰ দ্বাৰাই দন্ত্য স মূৰ্ধণ্য ষ লৈ পৰিৱৰ্তন হৈ ...