Posts

Showing posts with the label GENERAL KNOWLEDGE IN ASSAMESE

Republic day in India 2021. 72nd Republic day Assamese summary. গণতন্ত্ৰ দিৱস ২০২১।

Image
Republic day in India 2021. 72nd Republic day Assamese summary. গণতন্ত্ৰ দিৱস ২০২১। 👉 _আজি ২০২১ চনৰ জানুৱাৰী মাহৰ ২৬ তাৰিখ, মঙলবাৰ। বছৰটোৰ ষষ্ঠবিংশতিতম দিন। বছৰটো শেষ হ'বলৈ আৰু ৩৩৯ দিন বাকী। অসমীয়া লেখেৰে ১৯৪২ শকৰ মাঘৰ ১২ তাৰিখ।_ 💐 _*সুপ্ৰভাত জনাই সকলোকে ৭২ তম্ "গণৰাজ্য দিৱস" ৰ শুভেচ্ছা জনালোঁ*_ 💐 ✍ _আজি গণৰাজ্য দিৱস 🇮🇳। Government of India Act(1935) আঁতৰাই ১৯৫০ চনৰ আজিৰ দিনটোত ভাৰতৰ সংবিধান কাৰ্যকৰী কৰা হয়।_ _আজি (২৬ জানুৱাৰী) এই দিনটোতে পালন কৰা হয় গণৰাজ্য অৰ্থাৎ গণতন্ত্ৰ দিৱস ৷ গতিকে আজি গণতন্ত্ৰৰ বিষয়ে কিছু কথা জানি থওঁ আহক-_ ১.✒বিশ্বৰ সৰ্ববৃহৎ সংবিধান হিচাপে চিহ্নিত আমাৰ ভাৰতীয় সংবিধান৷ ২.✒সংবিধানৰ গণ্ডিৰে আমি ভাৰতীয় গনতন্ত্ৰ ৰাষ্ট্ৰৰ একো একোজন নাগৰিক আৰু আমাৰ দ্বাৰাই নিৰ্বাচিত তথা পৰিচালিত এই ৰাষ্ট্ৰ৷ ৩.✒_সংবিধানে আমাক স্বাধীনতাৰ বাট মুকলি কৰে, সংবিধানে আমাক জীয়াই থকাৰ প্ৰেৰণা দিয়ে, সংবিধানে আমাৰ সমাজ ব্যৱস্থাৰৰ কু-সংস্কাৰৰ পৰা মুক্ত কৰে৷ ৪.✒ভাৰতীয় সংবিধান ভাৰতীয় প্ৰজাতন্ত্ৰৰ সৰ্বোচ্চ আইন। এই সংবিধানত চৰকাৰৰ গঠন, কাৰ্যপদ্ধতি, ক্ষমতা আৰু কৰ্তব...