VIDYA UNNATI ACADEMY


নেলীত একমাত্ৰ  টিউচন চেন্টাৰ 
"বিদ্যা উন্নতি একাডেমী " পোনপ্ৰথমবাৰৰ বাবে এক উন্নত মানদণ্ডৰ নিৰ্ভৰযোগ্য টিউচন চেণ্টাৰ খোলা হৈছে।আধুনিক শিক্ষাদান কৌশলেৰে  আপোনাৰ সন্তানক শিক্ষিত কৰি তুলাৰ দায়িত্ব আমাৰ।
শুদ্ধ বানান আৰু চকুতলগা হাতৰ আখৰৰ লগতে এক উন্নত মানৰ Result উপহাৰ দিয়াৰ দায়িত্ব আমাৰ।


*শ্রেণী: ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ (SEBA)
বিষয়সমূহ: অসমীয়া,হিন্দী, ইংৰাজী, গণিত, সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞান  ।

* নিম্নমানৰ মাছুল : ২৫০ টকাৰ পৰা ৫০০ টকা মাত্ৰ।

*মাধ্যম : অসমীয়া ।*সময় : পুৱ ৬:৩০ বজাৰ পৰা ৮:৩০বজালৈ  আৰু আবেলি ৩ বজাৰ পৰা ৫ বজালৈ ।
*আৰম্ভণি : ১মাৰ্চ ২০২০ ৰ পৰা ।
*আপোনাৰ সন্তানৰ উজ্জ্বল ভৱিষ্যতৰ বাবে আজিয়েই যোগাযোগ কৰক।
Contact:
*VIDYA UNNATI ACADEMY
NEAR NELLIE GOVT.M.V.SCHOOL
*PHONE: 9074615281,9577437687
*GMAIL:vidyaunnatiacademy@gmail.com
*Facebookpage:https://www.facebook.com/VidyaUnnatiAcademy/



Comments

Popular posts from this blog

The Last Lesson – All Important Questions and Answers (Short, Long, Very Long) | Class 12 Flamingo English

Class 10 Social Science (SEBA) – Complete Chapter-wise Q&A (All in One Guide)

A Big List of verbs| Definitions of Verb | What is verb?