VIDYA UNNATI ACADEMY

"বিদ্যা উন্নতি একাডেমী " আপোনাৰ সন্তানৰ বাবে এক নিৰ্ভৰযোগ্য টিউচন চেন্টাৰ ।

আগতে কি আপোনাৰ সন্তানৰ বাবে আপুনি  ৩টা ৪টা টিউচন দিব লগা হৈছিল নেকি?

যেনে - এজেগাত 'ইংৰাজী'ৰ টিউচন ,আকৌ বেলেগ এজেগাত 'অংক'ৰ টিউচন, আকৌ আন এজেগাত 'বিজ্ঞান'ৰ টিউচন ইত্যাদি।

#এতিয়া যিকোনো বিষয়ৰ বাবে "বিদ্যা উন্নতি একাডেমী " ত টিউচন দিয়ক।
অমি প্ৰতিটো শ্রেণীৰ লগতে প্ৰতিটো বিষয়ৰ বাবে বেলেগ বেলেগ শিক্ষকে এক উন্নতমানদণ্ডৰ লগতে আধুনিক শিক্ষাদান কৌশলৰে আপোনাৰ সন্তানটিক দিম এটি সঠিক দিশ।
#আমি দিম___
* এক শান্তিময় পৰিৱেশ ;
*সাপ্তাহিক সন্ধে দূৰ কৰা ;
* মাহে মাহে পৰীক্ষাৰ ব্যবস্থা ;
*পৰীক্ষাৰ ফলাফল via SMS  জৰিয়তে অভিভাৱক লৈ দিয়াৰ ব্যৱস্থা ;
* শুদ্ধ বানান আৰু  চকুত লগা হাতৰ আখৰৰ শিক্ষা ;
*প্ৰতিটো বিষয় আৰু প্ৰতিটো শ্রেণীৰ বাবে বেলেগ বেলেগ#Class ৰ ব্যৱস্থা।
     আপোনাৰ সন্তানৰউজ্জ্বল ভবিষ্যতৰ বাবে আজিয়ে যোগাযোগ কৰক ।
        ঠিকনা:: 
                 * বিদ্যা উন্নতি একাডেমী 
                 নেলী চৰকাৰী মজলীয়া বিদ্যালয়ৰ কাষত ।
আধিক তথ্যৰ বাবে-----

Comments

Popular posts from this blog

Class 11 Alternative English | Chapter 1 Suitor and Papa | by Anton Chekhov| Summary Suitor and Papa

HSLC |SEBA| Science Lesson-6 Life Process Most Important MCQ| Questions and Answers Class X

The Last Lesson – All Important Questions and Answers (Short, Long, Very Long) | Class 12 Flamingo English