Skip to main content

VIDYA UNNATI ACADEMY

VIDYA UNNATI ACADEMY is a best tuition center for your child.
#We provides ..
*Offiline and online coaching from class 6th to 10 standard (SEBA, CBSE)

Comments

Popular posts from this blog

Assamese grammar.সামৰ্থক শব্দ (প্ৰতিশব্দ).Synonyms In Assamese.How to improve assamese Grammar ‌

  সামৰ্থক শব্দ         ( প্ৰতিশব্দ ) অসমত   প্ৰতি বছৰেই অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীয়ে  ‌অসমীয়া বিষয়ৰ পৰীক্ষা দিব লাগে।       ব্যাকৰণত সামৰ্থক শব্দ অৰ্থ  উত্তৰ হিচাপে লিখিব লাগে । এই পেইজৰ জৰিয়তে ছাত্ৰ ছাত্ৰীয়ে সামৰ্থক শব্দৰ বিষয়ে জানিবলৈ সক্ষম হব । লগতে সামৰ্থক শব্দ অৰ্থ PDF Download কৰিব পাৰিব ।   তলত কিছুমান সামৰ্থক শব্দ অৰ্থ দিয়া হৈছে--            ------- অ---- অগ্নি :-  অনল,   জুই,   বহ্নি,   পাৱক,   হুতাশন।   অতি  : -  অত্যন্ত, অতিশয়, অধিক, খুব, পৰম। অনুৰাগ : -   আসক্তি, প্ৰেম। অন্ধকাৰ  : -  তমঃ, তিমিৰ, আন্ধাৰ, নিশি। অমৰাপুৰী  : -  স্বৰ্গ, দেৱলোক। অমৃত : -   সুধা, অমিয়, পীযুষ। অৰ্থ : -   ধন, বিভৱ, বৈভৱ, বিভূতি, টকা, পইচা,   সম্পদ, বিত্ত, ঐশ্বৰ্য। অলংকাৰ : -   আভৰণ, কানি-কাপোৰ। অসুৰ : -  দৈত্য, দানৱ, দেৱাৰি, ইন্দ্ৰাৰি,দিতিসুত, দেৱৰিপু। অসুখ:  অশান্তি, বেজাৰ, অসন্তোষ, অসুস্থতা।   ...

অসমীয়া বিপৰীত শব্দ (Antonyms/Opposite Words In Assamese).why Assamese grammar is important for Assamese medium students?

  VIDYA UNNATI ACADEMY বিপৰীত শব্দ ( Antonyms/Opposite Words In Assamese) অসমত   প্ৰতি বছৰেই অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীয়ে  ‌অসমীয়া বিষয়ৰ পৰীক্ষা দিব লাগে।       ব্যাকৰণত বিপৰীত  শব্দ  উত্তৰ হিচাপে লিখিব লাগে । এই পেইজৰ জৰিয়তে ছাত্ৰ- ছাত্ৰীয়ে  বিপৰীত শব্দ বিষয়ে জানিবলৈ সক্ষম হব । লগতে বিপৰীত  শব্দৰ PDF Download কৰিব পাৰিব ।   তলত কিছুমান বিপৰীত  শব্দ  দিয়া হৈছে-- __________________ অ __________________ অন্তৰ = বাহিৰ অসীম = সসীম অন্ধ = দৃষ্টিসম্পন্ন অকৃতজ্ঞ = কৃতজ্ঞ অগভীৰ ~ গভীৰ অগ্ৰগতি ~ পশ্চাৎগতি অচল ~ সচল অণু ~ বৃহৎ অতিবৃষ্টি ~ অনাবৃষ্টি অধম ~ উত্তম অধিকাৰ ~ অনাধিকাৰ অধীন ~ স্বাধীন অতিবৃষ্টি ~ অনাবৃষ্টি অনভ্যাস ~ অভ্যাস অনুকূল ~ প্ৰতিকূল অনুগ্ৰহ ~ নিগ্ৰহ SEBA Old question paper download click here অনুচিত ~ উচিত অনুৰাগ ~ বিৰাগ অপমান ~ মান অবৈধ ~ বৈধ অৰ্বাচীন ~ প্ৰাচীন অভাৱ ~ উভৈনদী অভিজ্ঞ ~ অনভিজ্ঞ অভ্যাস ~ অনভ্যাস অমৃত ~ বিষ, গৰল অলপ ~ বেছি অসতী ~ সতী অসভ্য ~   সভ্য...