SARASWATI PUJA IN ASSAM 2022- SARASWATI PUJA MANTRA - ASSAMESE - why celebrate SARASWATI puja

SARASWATI PUJA IN ASSAM 2022- SARASWATI PUJA MANTRA - ASSAMESE - why celebrate SARASWATI puja? প্ৰচলিত লোকাচাৰৰ মতে সৰস্বতী মা'ক শিক্ষাৰ আৰাধ্য দেৱী হিচাপে পূজি অহা হৈছে। শাস্ত্ৰ অনুসাৰে মা সৰস্বতীক সাহিত্য, কলা আৰু সংগীতৰ দেৱী হিচাপে মানি অহা হৈছে। পশুকো মানুহ কৰিব পৰা আৰু অন্ধক নেত্ৰ দিয়াৰ অধিকাৰী হিচাপে সৰস্বতী দেৱীক ধৰা হয়। মনত ৰাখিব লগীয়া সৰস্বতী দেৱীৰ পুষ্পাণ্জলি মন্ত্ৰ ( saraswati puja mantra ) :- Om Bhadro Kallyoi Namo Nityang Saraswatyoi Namo Namah Veda Vedanta Vedanga Bidya sthanebhaya Ebacho esso swachandana Billyopatro Pushpanjali Om Oing Shree Shree Saraswatoi Namoh।। সৰস্বতী দেৱীৰ প্ৰনাম মন্ত্ৰ ( saraswati devi mantra in assamese ) :- ওঁ জয় জয় দেৱী চৰাচৰ চাৰে, কুচযুগ শোভিত মুক্তাহাৰে বীণা পুস্তক ৰঞ্জিত হস্তে ভগবতি ভাৰতী দেবী নমোহস্তুতে ।। ওঁ সৰস্বতী মহাভাগে বিদ্যে কমলোচনে বিশ্বৰূপে...