Skip to main content

Posts

Showing posts from April, 2021

VIDYA UNNATI ACADEMY: Admission 2021| Updates & Details

  #TO AVAIL THE BEST TUITION FOR YOUR CHILD.  #first time in Nellie  #AdmissionsOpen 2021-22  #VIDYA UNNATI ACADEMY. * From Class 6th to 10th standard《SEBA,CBSE》 *Subjects are : ENGLISH, MATHS and SCIENCE. #WE OFFER:: *Develop skills in reading and writing; *We are quality concern not quantity; *Very limited students per class ( maximum 15 students) *6 days class in a week(Morning 6:45am to 8:45am and Evening 3:00 to 5:00pm) *Separate faculty for each subjects. *Weekly doubts clearing; *monthly Test; *Test Reports to parents via  SMS #ADDRESS : VIDYA UNNATI ACADEMY  NEAR NELLIE GOVT.M.V.SCHOOL Contact us for more Info: ☎️ 9074615281       9577437687   #Email::vidyaunnatiacademy@gmail.com #Telegram :-https://t.me/vuacademy #website :vidyaunnatiacademy.blogspot.com

VIDYA UNNATI ACADEMY ADMISSION 2021: Details and Updates

  #নামভৰ্তিচলিআছে  নেলীত "বিদ্যা উন্নতি একাডেমী " পোনপ্ৰথমবাৰৰ বাবে এক উন্নত মানদণ্ডৰ নিৰ্ভৰযোগ্য টিউচন চেণ্টাৰ খোলা হৈছে।আধুনিক শিক্ষাদান কৌশলেৰে  আপোনাৰ সন্তানক শিক্ষিত কৰি তুলাৰ দায়িত্ব আমাৰ। শুদ্ধ বানান আৰু চকুতলগা হাতৰ আখৰৰ লগতে এক উন্নত মানৰ Result উপহাৰ দিয়াৰ দায়িত্ব আমাৰ । আগতে কি আপোনাৰ সন্তানৰ বাবে আপুনি  ৩টা ৪টা টিউচন দিব লগা হৈছিল নেকি? যেনে - এঠায়ত 'ইংৰাজী'ৰ টিউচন ,আকৌ বেলেগ এঠাইত 'অংক'ৰ টিউচন, আকৌ আন  এঠায়ত 'বিজ্ঞান'ৰ টিউচন ইত্যাদি। #এতিয়া যিকোনো বিষয়ৰ বাবে "বিদ্যা উন্নতি একাডেমী " ত টিউচন দিয়ক। অমি প্ৰতিটো শ্রেণীৰ লগতে প্ৰতিটো বিষয়ৰ বাবে বেলেগ বেলেগ শিক্ষকে এক উন্নতমানদণ্ডৰ লগতে আধুনিক শিক্ষাদান কৌশলৰে আপোনাৰ সন্তানটিক দিম এটি সঠিক দিশ। #আমি দিম___ * এক শান্তিময় পৰিৱেশ ; *সাপ্তাহিক সন্ধে দূৰ কৰা ; * মাহে মাহে পৰীক্ষাৰ ব্যবস্থা ; *পৰীক্ষাৰ ফলাফল via SMS  জৰিয়তে অভিভাৱক লৈ দিয়াৰ ব্যৱস্থা ; * শুদ্ধ বানান আৰু  চকুত লগা হাতৰ আখৰৰ শিক্ষা ; *প্ৰতিটো বিষয় আৰু প্ৰতিটো শ্রেণীৰ বাবে বেলেগ বেলেগ#Class ৰ ব্যৱস্থা। *শ্রেণী: ষষ্ঠ শ্ৰেণীৰ পৰা...