VIDYA UNNATI ACADEMY ADMISSION 2021: Details and Updates

 



#নামভৰ্তিচলিআছে 

নেলীত "বিদ্যা উন্নতি একাডেমী " পোনপ্ৰথমবাৰৰ বাবে এক উন্নত মানদণ্ডৰ নিৰ্ভৰযোগ্য টিউচন চেণ্টাৰ খোলা হৈছে।আধুনিক শিক্ষাদান কৌশলেৰে  আপোনাৰ সন্তানক শিক্ষিত কৰি তুলাৰ দায়িত্ব আমাৰ।

শুদ্ধ বানান আৰু চকুতলগা হাতৰ আখৰৰ লগতে এক উন্নত মানৰ Result উপহাৰ দিয়াৰ দায়িত্ব আমাৰ ।


আগতে কি আপোনাৰ সন্তানৰ বাবে আপুনি  ৩টা ৪টা টিউচন দিব লগা হৈছিল নেকি?


যেনে - এঠায়ত 'ইংৰাজী'ৰ টিউচন ,আকৌ বেলেগ এঠাইত 'অংক'ৰ টিউচন, আকৌ আন  এঠায়ত 'বিজ্ঞান'ৰ টিউচন ইত্যাদি।


#এতিয়া যিকোনো বিষয়ৰ বাবে "বিদ্যা উন্নতি একাডেমী " ত টিউচন দিয়ক।

অমি প্ৰতিটো শ্রেণীৰ লগতে প্ৰতিটো বিষয়ৰ বাবে বেলেগ বেলেগ শিক্ষকে এক উন্নতমানদণ্ডৰ লগতে আধুনিক শিক্ষাদান কৌশলৰে আপোনাৰ সন্তানটিক দিম এটি সঠিক দিশ।


#আমি দিম___


* এক শান্তিময় পৰিৱেশ ;


*সাপ্তাহিক সন্ধে দূৰ কৰা ;


* মাহে মাহে পৰীক্ষাৰ ব্যবস্থা ;


*পৰীক্ষাৰ ফলাফল via SMS  জৰিয়তে অভিভাৱক লৈ দিয়াৰ ব্যৱস্থা ;


* শুদ্ধ বানান আৰু  চকুত লগা হাতৰ আখৰৰ শিক্ষা ;


*প্ৰতিটো বিষয় আৰু প্ৰতিটো শ্রেণীৰ বাবে বেলেগ বেলেগ#Class ৰ ব্যৱস্থা।


*শ্রেণী: ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ (SEBA)


বিষয়সমূহ: অসমীয়া,হিন্দী, ইংৰাজী, গণিত, সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞান  ।


* নিম্নমানৰ মাছুল : ২৫০ টকাৰ পৰা ৫০০ টকা মাত্ৰ।

*মাধ্যম : অসমীয়া ।

*সময় : পুৱ ৬:৩০ বজাৰ পৰা ৮:৩০বজালৈ  আৰু               আবেলি ৩ বজাৰ পৰা ৫ বজালৈ ।


*আপোনাৰ সন্তানৰ উজ্জ্বল ভৱিষ্যতৰ বাবে আজিয়েই যোগাযোগ কৰক।

*নামভৰ্তি চলি আছে ।

ঠিকনা:: 

  * "বিদ্যা উন্নতি একাডেমী "

          নেলী চৰকাৰী মজলীয়া বিদ্যালয়ৰ কাষত ।


আধিক তথ্যৰ বাবে-----


*PHONE: 9074615281,9577437687


*GMAIL:vidyaunnatiacademy@gmail.com

Comments

Popular posts from this blog

The Last Lesson – All Important Questions and Answers (Short, Long, Very Long) | Class 12 Flamingo English

Class 10 Social Science (SEBA) – Complete Chapter-wise Q&A (All in One Guide)

A Big List of verbs| Definitions of Verb | What is verb?