Eid Ul Azha wishes in Assamese, Eid Al Adha History

 

আচ্ছালামু আলাইকুম

অসম তথা ভাৰতৰ সকলো ইছলাম ধৰ্মাৱলম্বী লোকসকলক পোন প্ৰথমে vidyaunnatiacademy ৰ তৰফৰ পৰা পৱিত্ৰ ঈদ উল আজহা আন্তৰিক শুভেচ্ছা জনালোঁ। আশাঁ কৰো এই পৱিত্ৰ  ঈদ-উল আজহা জৰিয়তে অসম তথা ভাৰতবৰ্ষৰ সকলো শ্ৰেণীৰ ৰাইজৰ মাজত সাতামপুৰুষীয়া সম্প্রীতিৰ বান্ধোন অধিক কটকটীয়া কৰি সমাজখনক আগুৱাই লৈ যাব। লগতে বিভিন্ন জাতি - জনগােষ্ঠীৰ মিলনৰ ভূমি এইখন অসমত সকলােকে শান্তিৰ বাণীৰে উদ্বুদ্ধ কৰি তুলিবলৈ মহান আল্লাহৰ ওচৰত দোৱা কৰিলোঁ

 


বন্ধু-বান্ধৱী সকল আজি এই আৰ্টিকেলটোৰ জৰিয়তে আপোনালোকলৈ পৱিত্ৰ ঈদ-উল আজহাৰ।

ঈদ-উল-জুহা বা ঈদ-উল আজহা  ইছলাম ধৰ্মালম্বী সকলৰ সকলোতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ ধৰ্মীয় উৎসৱ দুটাৰ ভিতৰত অন্যতম। এই উৎসৱৰ আন দুটা নাম হ’ল বকৰ-ঈদ আৰু কোৰবাণী ঈদ। ঈদ-উল-জুহা মূলত আৰৱী বাক্যাংশ। ইয়াৰ অৰ্থ হ’ল ত্যাগৰ উৎসৱ। এই উৎসৱৰ মূল প্ৰতিপাদ্য বিষয় হৈছে ত্যাগ কৰা। এই দিনটোত মুছলিম সকলে তেওঁলোকৰ সাধ্য মতে ধৰ্মীয় নিয়মানুযায়ী উট, গৰু, দুম্বা বা ছাগলী কোৰবাণী দিয়ে বা জবেহ কৰে।

Happy Eid Mubarak 2022

ঈদ-উল আজহা কেইটামান শুভেচ্ছা‌‌ তলত‌‌ দিয়া‌‌ হল।

 


১.ঈদৰ এই পৱিত্ৰ ক্ষণত সকলোৰে মাজত যেন প্ৰেম, সহানুভূতি, ভাতৃত্বৰ এনাজৰীডাল টানকৈ বান্ধ খাই পৰক সেই আশাৰে...সকলোকে ঈদৰ আন্তৰিক শুভেচ্ছা জনালো।

 

২.এই পৱিত্র ঈদে যেন সকলোৰে মাজলৈ কঢ়িয়াই আনক শান্তি-সমৃদ্ধি একতাৰ বার্তা। সকলোকে ঈদৰ শুভেচ্ছা জনালোঁ।

 

.সকলোলৈ ঈদৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

 

 

 

৪.ঈদৰ এই পৱিত্র ক্ষণত সকলোয়ে প্রেম,মহানুভূতি আৰু ভাতৃত্বৰ এনাজৰীৰে যেন বান্ধ খাওক। তাৰেই কামনাৰে সকলোকে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

 

.সমূহ অসমবাসীলৈ পৱিত্র ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰিছো পৱিত্ৰ ঈদে সকলোৰে শ্ৰেণীৰ ৰাইজৰ মাজত সাতামপুৰুষীয়া সম্প্রীতিৰ বান্ধোন অধিক কটকটীয়া কৰি সমাজখনক আগুৱাই লৈ যাব। লগতে বিভিন্ন জাতি - জনগােষ্ঠীৰ মিলনৰ ভূমি এইখন অসমত সকলােকে শান্তিৰ বাণীৰে উদ্বুদ্ধ কৰি তুলিবলৈ মহান আল্লাহৰ ওচৰত দোৱা কৰিলাে।

Eid Mubarak Wishes In Assamese

 

 

৬.ঈদ মোবাৰাক। তোমাৰ জীৱনলৈ আহক সুখৰ নৈ বৈ জীৱন হৈ পৰক আলােকময়।

 

.ঈদ মােবাৰাক সকলাে ভাই ভনী লৈ পৱিত্র ঈদৰ বহুত বহুত শুভেচ্ছা আৰু মৰম জনালোঁ। জাতি ধর্ম নির্বিশেষে এই পৱিত্ৰ ঈদে যেন কঢ়িয়াই আনক শান্তি সমৃদ্ধিৰ বার্তা।

 

৮.সমূহ ইছলাম ধৰ্মাৱলম্বী বন্ধু-বান্ধৱীলৈ পৱিত্ৰ ঈদ উল ফিতৰৰ শুভেচ্ছা জনালোঁ ।। এই পৱিত্ৰ ঈদৰ দিনৰ পৰাই আমাৰ সমাজত ভাতৃত্ববোধৰ সৃষ্টি হওক তাকেই কামনা কৰিলো ।

 

৯.নতুন পুৱা, নতুন দিন… শুভ হওঁক এই ঈদৰ দিন… সমুহ ধৰ্মাৱলম্বী ভাই-ভনীলৈ ঈদৰ আন্তৰিক শুভেচ্ছা জনালোঁ। এই পৱিত্ৰ ঈদে আমাৰ মাজত থকা সাতামপৰুষীয়া একতা আৰু ভাতৃত্ববোধৰ এনাজৰীডাল আৰু মজবুত কৰক, তাৰে কামনা কৰিলোঁ।

 

১০.সকলো ইছলাম ধৰ্মাৱলম্বী ৰাইজলৈ ঈদৰ এই পৱিত্ৰ ক্ষণত আন্তৰিক শুভেচ্ছা জনালোঁ। ঈদ মোবাৰক।

Eid Ul Adha Wishes In Assamese

 

 

১১.আপুনি আৰু আপোনাৰ পৰিয়ালৰ সকলোৱে যাতে ভালে থাকে তাৰ বাবে দোৱাঁ কৰি, সমুহ অসমবাসীলৈ পৱিত্ৰ ঈদৰ শুভেচ্ছা জনালোঁ।

১২. ঈদৰ এই পৱিত্ৰ ক্ষণত সুখ শান্তিৰে পৰিপূৰ্ণ হওঁক সকলোৰে জীৱন, তাৰেই কামনাৰে, পৱিত্ৰ ঈদৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

 

১৩. সকলোলৈ পৱিত্ৰ ঈদ-উল আজহাৰ আন্তৰিক শুভেচ্ছা যাচিছোঁ । এই বিশেষ দিনটোত শান্তি-সম্পৃতি , ভাতৃত্ববোধ আৰু সংস্কৃতিৰ এনাজৰীডাল অধিক শক্তিশালী কৰিব ।

 

১৪. মই মনৰ পৰা দোৱা কৰিছো যে মোৰ সকলো বন্ধু-বান্ধৱীৰ যেন এই পৱিত্ৰ দিনটো ভালে ভালে পাৰ হয়।

 

 

১৫. সকলো অসমবাসীলৈ মোৰ ফালৰ পৰা  ঈদ-উল আজহা হিয়া ভৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।

 

 

 

১৬. তোমাৰ জীৱন যাত্ৰা হওঁক অতিকে সুখৰ আৰু আনন্দময়ী। কেতিয়াওঁ যেন তুমি এই যাত্ৰাত থমকি ৰ'বলগীয়া নহয়। তাৰেই কামনাৰে পৱিত্ৰ ঈদ-উল আজহাৰ হিয়াভৰা শুভেচ্ছা যাঁছিলো।

 

 

 

১৭. আনৰ পৰা সুখৰ দৰমহা নিবিচাৰিবা, নিজেই দিবা নিজকে সুখৰ দৰমহা, আনে দিয়া মৰমখিনি বনাচ বুলি ভাৱি লবা।

 

 

 

১৮. কৰ’ণা মহামাৰীৰ ধুমুহা মাজতে সমূহ ৰাইজলৈ পৱিত্ৰ ঈদৰ আন্তৰিক শুভেচ্ছা জনালোঁ।

 

 

 

১৯. এই ঈদৰ পৱিত্ৰ দিনটোৰ জৰিয়তে নিজৰবাবে একো নহলেও মা দেউতা, বন্ধু-বান্ধৱী সকলোকে যেন সদাই সুখত ৰাখিব পাৰো তাৰেই কামনা কৰিলোঁ।

Comments

Popular posts from this blog

Class 11 Alternative English | Chapter 1 Suitor and Papa | by Anton Chekhov| Summary Suitor and Papa

The Last Lesson – All Important Questions and Answers (Short, Long, Very Long) | Class 12 Flamingo English

Class 10 Social Science (SEBA) – Complete Chapter-wise Q&A (All in One Guide)