ণত্ব বিধি আৰু ষত্ব বিধিৰ নিয়মাৱলী । ণত্ব আৰু ষত্ব বিধিৰ প্ৰশ্ন উত্তৰ।


ণত্ব  বিধি  আৰু  ষত্ব  বিধিৰ  নিয়মাৱলী । ণত্ব আৰু ষত্ব বিধিৰ প্ৰশ্ন উত্তৰ।

 

আজি আমি এক গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰিম যি হৈছেণত্ব আৰু ষত্ব বিধিৰ নিয়মাৱলীআৰু এই বিধি সম্বন্ধীয় প্ৰশ্ন উত্তৰ বিষয়ে জানিম ।

ণত্ব ইয়াত আমি পোনে পোনে ণত্ব বিধিৰ নিয়মাৱলী আলোচনা নকৰি প্ৰথমে ণত্ব বিধি আৰু ষত্ব বিধি কি বা কাক বোলে সেয়া জনা প্ৰয়োজন। আৰু সেই কাৰণে আহক আমি ণত্ব বিধি আৰু ষত্ব বিধিৰ সবিশেষ আলোচনা কৰো।

 

ণত্ব বিধি কাক বোলে ?

  যি বিধি বা নিয়মৰ দ্বাৰাই দন্ত্য মূৰ্ধণ্য লৈ পৰিৱৰ্তন হৈ পৰে, তাকে ণত্ব বিধি বোলে।

ষত্ব বিধি কাক বোলে ?

=.কেতিয়াবা দুটা বা এটা বৰ্ণৰ প্ৰভাবত আন এটা বৰ্ণৰ ৰূপ সলনি হোৱা দেখা যায়। এইক্ষেত্ৰত, বিশেষকৈ শব্দ এটাৰ দন্ত্য মূৰ্ধণ্য আৰু দন্ত্য মূৰ্ধণ্য লৈ সলনি হোৱাটো মনকৰিবলগীয়া। যি বিধি বা নিয়মৰ দ্বাৰাই দন্ত্য মূৰ্ধণ্য লৈ পৰিৱৰ্তন হৈ পৰে, তাকে ষত্ব বিধি বোলে।

ণত্ব  বিধি  আৰু  ষত্ব  বিধিৰ  নিয়মাৱলী

ত্বণত্ব আৰু ষত্ব বিধিৰ নিয়মাৱলী কবলৈ গলে বহুত আছে যদিও ইয়াত আমি কিছু কিছু গুৰুত্বপূৰ্ণ ণত্ব বিধিৰ নিয়মাৱলী উল্লেখ কৰিছো।

1.  কেতিয়াবা , আৰু - পিছত থকা দন্ত্য মূৰ্ধণ্য হয়। যেনেঋণ, তৃণ, কৰ্ণ, কৃষ্ণ, বিষ্ণু।

2.  , আৰু দন্ত্য - মাজত স্বৰবৰ্ণ, -বৰ্গ বা -বৰ্গৰ কোনো আখৰ নাইবা , থাকিলে পিছত থকা দন্ত্য মূৰ্ধণ্য হয়। যেনেকৃপণ, কাৰণ, হৰণ, পূৰণ, ৰাৱণ, ৰুক্মিণী, গ্ৰহণ, পাষাণ, লক্ষণ।

3.  উত্তৰ, দক্ষিণ, পৰ, চান্দ্ৰ, নাৰ আৰু ৰাম শব্দৰ পিছত অয়ন শব্দ যোগ হলে অয়ন শব্দৰ দন্ত্য মূৰ্ধণ্য হয়। যেনেউত্তৰায়ণ, দক্ষিণায়ণ, চান্দ্ৰায়ণ, নাৰায়ণ, পৰায়ণ, ৰামায়ণ।

4.  অক্ষ শব্দৰ পিছত থকা উহিনী শব্দৰ আৰু শূৰ্প শব্দৰ পিছত থকা নখ শব্দৰ দন্ত্য মূৰ্ধণ্য হয়। যেনেঅক্ষৌহিণী।

5.  প্ৰ, পূৰ্ব, অপৰ আদি শব্দৰ লগত অহ্ন শব্দ যোগ লে অহ্ন শব্দৰ দন্ত্য মূৰ্ধণ্য হয়। যেনেপ্ৰাহ্ন, পূৰ্বাহ্ণ, অপৰাহ্ণ।

6.  বৰ্গৰ লগত যুক্ত লে দন্ত্য সদায়ে মূৰ্ধণ্য হয়। যেনেকণ্টক, কণ্ঠ, পিণ্ড, বিষণ্ণ, লুণ্ঠন, সণ্ঢালনি, দণ্ড।

7.  -কাৰান্ত আৰু -কাৰান্ত শব্দৰ লগতপানশব্দ যোগ লে, পান শব্দৰ দন্ত্য মূৰ্ধণ্য হয়। যেনে- ক্ষীৰপাণ, বিষপাণ।

8.  প্ৰ, পৰা, পৰি আৰু নিৰ উপসৰ্গৰ পিছত থকা নম্, নী আৰু নু আদি ধাতুৰ দন্ত্য মূৰ্ধণ্য হয়। যেনেপ্ৰণাম, পৰিণাম, প্ৰণিপাত, পৰিণতি, পৰিণয়, নিৰ্ণয়, প্ৰণৱ।

9.  ঔষধি আৰু বৃক্ষবাচক শব্দৰ পিছত থকা বন শব্দৰ দন্ত্য মূৰ্ধণ্য হয়। যেনেদুৰ্বাবণ, বদৰিবণ, হৰিদ্ৰাবণ।

10.              গগন, ফাগুন আৰু ফেন শব্দ বিকল্পে গগণ, ফাগুণ আৰু ফেণ লিখা হয়।

11.              কিছুমান শব্দৰ -বোৰ স্বভাৱতে মূৰ্ধন্য হয়। যেনে -বাণিজ্য, বণিক, বেণু, বাণী, বীণা, বাণ, কঙ্কণ, কণিকা, পাণি, নিপুণ, কল্যাণ, লৱণ, মাণিক্য, অণু, মণি, কোণ, গুণ, চিক্কণ, শোণিত, পুণ্য, বেণী, গণ, তুণ।

নিষেধ অথবা কেতিয়া ব্যৱহাৰ নহয়।

নিউপৰোক্ত আলোচনাত আমি কি কি কাৰণত দন্ত্য মূৰ্ধণ্য হয় তাৰ বিষয়ে আলোচনা কৰিলোঁ, কিন্তু আমি জানিবলৈ আৰু এটা বিষয় বাকী আছে যে নিষেধ অথবা কেতিয়া ব্যৱহাৰ নহয়।

1.  দুটা যুক্ত পদ হলে আগৰ পদত , আৰু থাকিলেও পাছৰ পদৰ দন্ত্য মূৰ্ধণ্য নহয়। যেনেআয়ুষ্কামনা, ত্ৰিনয়ন, দুৰ্নাম, বৃন্দাবন, বৃষযান, ৰঘুনন্দনপুৰ, সৰ্বনাম, হৰিনাম।

2.  , , আৰু - পাছত সদায় দন্ত্য হয়। যেনেঅন্ধ, চন্দন, দন্ত, নন্দন, বন্ধ, গ্ৰন্থ।


Read Also :- অসমীয়া বিপৰীত শব্দ

ণrত্ব বিধি আৰু ষত্ব বিধি সম্বন্ধীয় প্ৰশ্ন উত্তৰ

প্ৰশ্ন:- তলত উল্লেখ কৰা শব্দকেইটাৰ বানান ভালকৈ চাই লোৱা দ্বিতীয় ভাগত থকা শব্দবোৰৰ দন্ত্য ঠাইত মূর্ধন্য কিয় হৈছে জানি লওঁ আহা
স্থানপ্রতিষ্ঠান
আস্থানঅনুষ্ঠান
পুৰস্কাৰআৱিষ্কাৰ
লাসঅভিলাষ

উত্তৰ:- , বা অন্তত থকা উপসৰ্গৰ পাছত সদ , সচ , সিধ , লস্ আৰু স্থা আদি ধাতুৰ মূর্ধন্য হয় যেনেবিসদ + ঘঞ = বিষাদ , অভিসিচ + = অভিষেক , অভিলস্ + : অভিলাষ , প্রতিস্থা = প্রতিষ্ঠা , অনুস্থা + ক্ত = অনুষ্ঠিত , এই উদাহৰণকেইটাত বি , প্রতি , অনু আদি উপসর্গ লগ লাগিছে আৰু এইবােৰ বা কাৰন্ত উপসর্গ

আৰু - সৈতে যুক্ত হলে মূর্ধন্য হয় যেনেকষ্ট , ষষ্ঠ , দুষ্ট , ওষ্ঠ

কিন্তু ভূমিষ্ঠ , গােষ্ঠ , অংগুষ্ঠ আৰু যুধিষ্ঠিৰ শব্দৰ ষ্ঠওপৰত উল্লেখ কৰা নিয়ম মতে হােৱা নাই ভূমি , গাে , অংগু শব্দৰ পাছত থকা স্থশব্দৰ আৰু যুধি শব্দৰ পাছত থকা স্থিৰ শব্দৰ মূর্ধন্য হয় যেনেভূমি + স্থ = ভূমিষ্ঠ , গাে + স্থ = গােষ্ঠ , অংগু + স্থ = অংগুষ্ঠ , যুধি + স্থিৰ = যুধিষ্ঠিৰ

, , ঘৰ পাছত থকা দন্ত্য মূর্ধন্য হয় যেনেঋণ , তৃণ , কাৰণ , অৰুণ , কৃষাণ , বৰষুণ , বর্ণ

Important Note

  • এই নিয়মটো কেৱল সংস্কৃত শব্দত আৰু সংস্কৃতৰ অপভ্রংশ শব্দতহে খাটে অসমীয়া শব্দত , , - মাজত কোনাে ব্যঞ্জন বর্ণ বা অৰ বাদে আন স্বৰ বৰ্ণ থাকিলে দন্ত্য মূর্ধন্য নহয় যেনেৰইনা , বৰিয়নি , ফেৰেঙনি , গেৰেকনি , বৰীয়ানী
  • অসমীয়া স্ত্রী প্রত্যয় নীৰন মূর্ধন্য নহয়। যেনেবৰানী , বৰুৱানী , কমাৰনী , কুমাৰনী , গৰাকীনী।
  • দুটা ভিন ভিন শব্দ গােট খাই এটা হলে , আগৰ শব্দটোত , , থাকিলেও পাছৰ শব্দৰ মূর্ধন্য নহয় যেনেদুর্নাম , হৰিনাম , ত্রিনয়ন , সর্বনাম , হৰিনাৰায়ণ , হৰিনাথ
  • উত্তৰ, চান্দ্র, পৰ আদি শব্দ আগত থাকিলে পাছৰ শব্দৰ দন্ত্যমূর্ধন্যহয়। উত্তৰ + অয়ন = উত্তৰায়ণ , চান্দ্র + অয়ন = চান্দ্রায়ণ , পৰ + অয়ন = পৰায়ণ।
  • দুটা শব্দ গােট খাই এটা প্রসিদ্ধ নাম হলে আগৰ শব্দত , বা থাকিলে পাছৰ শব্দৰমূর্ধন্যহয়। যেনেশূর্পণখা , অক্ষৌহিণী

শেষ বাক্য: ণত্ব আৰু ষত্ব বিধিৰ নিয়ম

আজি আমি ণত্ব বিধি আৰু ষত্ব বিধিৰ নিয়মাৱলী আৰু কিছু প্ৰশ্ন উত্তৰৰ বিষয়ে আলোচনা কৰিলোঁ। আপুনি যদি ণত্ব বিধি আৰু ষত্ব বিধিৰ নিয়মাৱলী বুজি পাইছে তেন্তে আনক সহায় কৰিবলৈ আমাৰ লিখনি আপুনি আনৰ সৈতে ভাগ বতৰা কৰক।

 

Comments

Popular posts from this blog

Class 11 Alternative English | Chapter 1 Suitor and Papa | by Anton Chekhov| Summary Suitor and Papa

The Last Lesson – All Important Questions and Answers (Short, Long, Very Long) | Class 12 Flamingo English

Class 10 Social Science (SEBA) – Complete Chapter-wise Q&A (All in One Guide)