Skip to main content

Republic day in India 2021. 72nd Republic day Assamese summary. গণতন্ত্ৰ দিৱস ২০২১।

Republic day in India 2021. 72nd Republic day Assamese summary. গণতন্ত্ৰ দিৱস ২০২১।
👉 _আজি ২০২১ চনৰ জানুৱাৰী মাহৰ ২৬ তাৰিখ, মঙলবাৰ। বছৰটোৰ ষষ্ঠবিংশতিতম দিন। বছৰটো শেষ হ'বলৈ আৰু ৩৩৯ দিন বাকী। অসমীয়া লেখেৰে ১৯৪২ শকৰ মাঘৰ ১২ তাৰিখ।_ 💐 _*সুপ্ৰভাত জনাই সকলোকে ৭২ তম্ "গণৰাজ্য দিৱস" ৰ শুভেচ্ছা জনালোঁ*_ 💐 ✍ _আজি গণৰাজ্য দিৱস 🇮🇳। Government of India Act(1935) আঁতৰাই ১৯৫০ চনৰ আজিৰ দিনটোত ভাৰতৰ সংবিধান কাৰ্যকৰী কৰা হয়।_
_আজি (২৬ জানুৱাৰী) এই দিনটোতে পালন কৰা হয় গণৰাজ্য অৰ্থাৎ গণতন্ত্ৰ দিৱস ৷ গতিকে আজি গণতন্ত্ৰৰ বিষয়ে কিছু কথা জানি থওঁ আহক-_ ১.✒বিশ্বৰ সৰ্ববৃহৎ সংবিধান হিচাপে চিহ্নিত আমাৰ ভাৰতীয় সংবিধান৷ ২.✒সংবিধানৰ গণ্ডিৰে আমি ভাৰতীয় গনতন্ত্ৰ ৰাষ্ট্ৰৰ একো একোজন নাগৰিক আৰু আমাৰ দ্বাৰাই নিৰ্বাচিত তথা পৰিচালিত এই ৰাষ্ট্ৰ৷ ৩.✒_সংবিধানে আমাক স্বাধীনতাৰ বাট মুকলি কৰে, সংবিধানে আমাক জীয়াই থকাৰ প্ৰেৰণা দিয়ে, সংবিধানে আমাৰ সমাজ ব্যৱস্থাৰৰ কু-সংস্কাৰৰ পৰা মুক্ত কৰে৷ ৪.✒ভাৰতীয় সংবিধান ভাৰতীয় প্ৰজাতন্ত্ৰৰ সৰ্বোচ্চ আইন। এই সংবিধানত চৰকাৰৰ গঠন, কাৰ্যপদ্ধতি, ক্ষমতা আৰু কৰ্তব্য নিৰ্দ্ধাৰণ; মৌলিক অধিকাৰ, ৰাষ্ট্ৰপৰিচালনাৰ নিৰ্দেশমূলক নীতি আৰু নাগৰিক সকলৰ কৰ্তব্য নিৰ্দ্ধাৰণ কৰা হৈছে। দেশৰ মৌলিক ৰাজনৈতিক আদৰ্শৰ ৰূপৰেখাটি নিৰ্দিষ্ট কৰা হৈছে। ১৯৪৯ চনৰ ২৬ নৱেম্বৰত গণপৰিষদত গৃহীত হোৱাৰ পাছত ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা এই সংবিধান কাৰ্যকৰী কৰা হয়। উল্লেখ্য যে, ১৯৩০ চনৰ ২৬ জানুৱাৰীত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ঐতিহাসিক স্বাধীনতা ঘোষণাৰ স্মৃতিতেই ২৬ জানুৱাৰী তাৰিখটোতে সংবিধান প্ৰৱৰ্তনৰ বাবে গৃহীত কৰা হৈছিল। জানিৱলগীয়া কিছু তথ্য:-SEBA QUESTION PAPER ✍ _*১৯৫০ চনৰ আজিৰ দিনটোতে চক্ৰৱৰ্তী ৰাজা গোপালাচাৰীয়ে স্বতন্ত্ৰ ভাৰতৰ প্ৰথম জন তথা অন্তিম জন গৱৰ্ণৰ জেনেৰেল হিচাপে পদত্যাগ কৰে আৰু ড° ৰাজেন্দ্ৰ প্ৰসাদ ভাৰতৰ প্ৰথম জন ৰাষ্ট্ৰপতি হয়।*_ ✍ _১৯৫০ চনৰ আজিৰ দিনটোতে অশোক স্তম্ভক ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক হিচাপে গ্ৰহন কৰা হয়।_ জানিবলৈ ইয়াত ক্লিক কৰক:- ✍ _*১৯৭২ চনৰ আজিৰ দিনটোত দিল্লীৰ ইণ্ডিয়া গে'টত ৰাষ্ট্ৰীয় স্মাৰক 'অমৰ জৱান জ্যোতি' স্থাপিত কৰা হয়।*_ ✍ _১৯৮১ চনৰ আজিৰ দিনটোত উত্তৰ পূৰ্বাঞ্চলত বায়ুসেৱা বায়ুদূত আৰম্ভ কৰা হয়।_ ✍ _*২০০১ চনৰ আজিৰ দিনটোত গুজৰাটত ৭.৭ প্ৰাৱল্যৰ ভূমিকম্পই প্ৰায় ২০, ০০০ লোকৰ প্ৰাণ কাঢ়ি নিয়ে।*_ ✍ _বৃটিছ শাসণৰ অন্তৰ্গত ভাৰতত ১৯৩০ চনৰ আজিৰ দিনটোতে প্ৰথম বাৰৰ বাবে স্বৰাজ দিৱস পালন কৰা হয়।_ ✍ _*১৯৫২ চনৰ আজিৰ দিনটোতে পাকিস্তানৰ প্ৰধান মন্ত্ৰী খাজা নাজিমুদ্দিনে উৰ্দু ভাষাক পাকিস্তানৰ ৰাষ্ট্ৰ ভাষা হিচাপে ঘোষণা কৰে।*_ ✍ _১৯৬৫ চনৰ আজিৰ দিনটোত হিন্দীক কেন্দ্ৰীয় চৰকাৰৰ চৰকাৰী ভাষা হিচাপে গ্ৰহন কৰা হয়।_ ✍ _*১৫৬৫ চনৰ আজিৰ দিনটোত ভাৰতৰ অন্তিম খন হিন্দু ৰাজ্য বিজয় নগৰৰ পতন ঘটে।*_ ✍ _১৯৬৯ চনৰ আজিৰ দিনটোতে বাঙালী ধৰ্ম সংস্কাৰক অনুকূল চন্দ্ৰ ঠাকুৰৰ মৃত্যু হয়।_ ✍ _*১৯৫৬ চনৰ আজিৰ দিনটোত বাবৰৰ পুত্ৰ হুমায়ুণৰ মৃত্যু হয়। ৫.✒_সংবিধানত ভাৰতীয় ৰাজ্যসংঘক এটা সাৰ্বভৌম , সমাজতান্ত্ৰিক , ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ ৰূপে ঘোষণা কৰা হৈছে; এই দেশৰ নাগৰিক সকলৰ বাবে ন্যায়বিচাৰ, সাম্য আৰু স্বাধীনতা সুনিশ্চিত কৰা হৈছে আৰু জাতীয় সংহতি ৰক্ষাৰ বাবে নাগৰিকসকলৰ পৰস্পৰৰ মাজত ভাতৃত্বভাৱ জাগ্ৰিত কৰি তোলাৰ বাবে অনুপ্ৰাণিত কৰা হৈছে। “সমাজতান্ত্ৰিক”,_ _“ধৰ্মনিৰপেক্ষ ” ,” সংহতি” , আৰু সকলো নাগৰিকৰ মাজত ভাতৃত্বভাৱ ” – এই শব্দবোৰ ১৯৭৬ চনত সংবিধান সংশোধনীৰ মাধ্যমত সংবিধানৰ লগত সংযোগ কৰা হয়।_ ৬.✒সংবিধান প্ৰৱৰ্তনৰ স্মৃতিত ভাৰতীয় জনগণে প্ৰতি ৭.✒_বছৰৰ ২৬ জানুৱাৰী তাৰিখটো গণতন্ত্ৰ দিৱস হিচাপে উৎযাপন কৰে। ভাৰতীয় সংবিধান বিশ্বৰ সাৰ্বভৌম ৰাষ্ট্ৰসমূহৰ মাজত বৃহত্তম লিখিত সংবিধান । এই সংবিধানত মুঠ ২৪টা অংশ ৪৪৮টা ধাৰা, ১২টা তফছিল আৰু ১১৩টা সংশোধনী আছে। ভাৰতীয় সংবিধানৰ ইংৰাজী সংস্কৰণৰ মুঠ শব্দসংখ্যা ১১৭,৩৬৯ টা। এই সংবিধানখন প্ৰৱৰ্তনৰ লগে লগে পূৰ্বপ্ৰচলিত ১৯৩৫ চনৰ ভাৰত শাসন আইনৰ অৱসান ঘটে। দেশৰ সৰ্বোচ্চ আইন হোৱাৰ বাবে, ভাৰত চৰকাৰ প্ৰৱৰ্তিত প্ৰতিখন আইনক সংবিধান- অনুসৰিহে কৰা হয়। অতি প্ৰয়োজনীয় তথ্য :-Class 10th Syllebus _সংবিধানৰ খচৰা কমিটিৰ সভাপতি ড. ভীমৰাও ৰামজী আম্বেদকাৰ ভাৰতীয় সংবিধানৰ প্ৰধান প্ৰণেতাৰ এজন শ্ৰষ্টা আছিল ।

Comments

Popular posts from this blog

HSLC |SEBA| Science Lesson-6 Life Process Most Important MCQ| Questions and Answers Class X

    VIDYA UNNATI ACADEMY HSLC |SEBA|  Science Lesson-6 Life Process Most Important MCQ| Questions and Answers Class X   দশম শ্ৰেণীৰ   বিজ্ঞান কিতাপৰ অধ্যায়   ৬ :- জীৱন প্ৰক্ৰিয়া উক্ত পাঠৰ কিছুমান  গুৰুত্বপূৰ্ণ  MCQ । প্ৰশ্ন উত্তৰ   সৈতে  দিয়া হৈছে । এইটো page ৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকলকে   উক্ত পাঠৰ অতি চমু   প্রশ্নৰ     উত্তৰ জানিবলৈ সক্ষম হব ।   প্ৰ 1. স্বপোষীয় পৰিপুষ্টিত প্ৰয়োজন হয়      A) সূৰ্যৰ পোহৰ      B) কাৰ্বন ডাই অক্সাইড আৰু        পানী      C) পত্ৰহৰিৎ      D). ওপৰৰ আটাইকেইটাই উত্তৰ :-     D). ওপৰৰ আটাইকেইটাই প্ৰ 2.আমি কিহৰ ওপৰত বিত্তি কৰি কোনো এটা জীৱ মৃত নে জীৱিত তাক ঠাৱৰ কৰো ?     A). চলনৰ     B) অস্থানৰ     C) অচলনৰ     D) A আৰু B দুয়োটাই উত্তৰ :- A). চলনৰ ...

Class 11 Alternative English | Chapter 1 Suitor and Papa | by Anton Chekhov| Summary Suitor and Papa

Class 11 Alternative English | Chapter 1 Suitor and Papa | by Anton Chekhov| Summary Suitor and Papa Today our topic is on the suitor and papa summary, class 11 Alternative English book Seasons notes AHSEC Assam Board, and questions and answers. The Suitor and Papa story was written by Anton Chekov. In this chapter, the suitor and papa are included in the class 11 chinar alternative book of AHSEC. Here you get ncert solutions, important questions, comprehension, reference to the context, and textual question answers. The suitor and papa notes Suitor and Papa summary The 'Suitor and Papa' is the story of a young man Pyotr Petrovich Milkin who spent the whole day with Nastya, one of Kondrashkin's daughters. Seeing this most people thought that Milkin and Nastya would be sure to marry. Milkin's friends started asking him for a stag party(a party was attended only by a man) because they had come to know that Milkin was getting married. But Milkin was not serious about get...

Assamese grammar.সামৰ্থক শব্দ (প্ৰতিশব্দ).Synonyms In Assamese.How to improve assamese Grammar ‌

  সামৰ্থক শব্দ         ( প্ৰতিশব্দ ) অসমত   প্ৰতি বছৰেই অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীয়ে  ‌অসমীয়া বিষয়ৰ পৰীক্ষা দিব লাগে।       ব্যাকৰণত সামৰ্থক শব্দ অৰ্থ  উত্তৰ হিচাপে লিখিব লাগে । এই পেইজৰ জৰিয়তে ছাত্ৰ ছাত্ৰীয়ে সামৰ্থক শব্দৰ বিষয়ে জানিবলৈ সক্ষম হব । লগতে সামৰ্থক শব্দ অৰ্থ PDF Download কৰিব পাৰিব ।   তলত কিছুমান সামৰ্থক শব্দ অৰ্থ দিয়া হৈছে--            ------- অ---- অগ্নি :-  অনল,   জুই,   বহ্নি,   পাৱক,   হুতাশন।   অতি  : -  অত্যন্ত, অতিশয়, অধিক, খুব, পৰম। অনুৰাগ : -   আসক্তি, প্ৰেম। অন্ধকাৰ  : -  তমঃ, তিমিৰ, আন্ধাৰ, নিশি। অমৰাপুৰী  : -  স্বৰ্গ, দেৱলোক। অমৃত : -   সুধা, অমিয়, পীযুষ। অৰ্থ : -   ধন, বিভৱ, বৈভৱ, বিভূতি, টকা, পইচা,   সম্পদ, বিত্ত, ঐশ্বৰ্য। অলংকাৰ : -   আভৰণ, কানি-কাপোৰ। অসুৰ : -  দৈত্য, দানৱ, দেৱাৰি, ইন্দ্ৰাৰি,দিতিসুত, দেৱৰিপু। অসুখ:  অশান্তি, বেজাৰ, অসন্তোষ, অসুস্থতা।   ...