HSLC |SEBA| Science Lesson-6 Life Process Most Important MCQ| Questions and Answers Class X

 

 VIDYA UNNATI ACADEMY


HSLC |SEBA|  Science Lesson-6 Life Process Most Important MCQ| Questions and Answers Class X


 

দশম শ্ৰেণীৰ  বিজ্ঞান কিতাপৰ অধ্যায়  ৬ :- জীৱন প্ৰক্ৰিয়া

উক্ত পাঠৰ কিছুমান  গুৰুত্বপূৰ্ণ  MCQ প্ৰশ্ন উত্তৰ   সৈতে  দিয়া হৈছে ।

এইটো page জৰিয়তে ছাত্ৰ-ছাত্ৰী সকলকে  উক্ত পাঠৰ অতি চমু  প্রশ্নৰ   উত্তৰ জানিবলৈ সক্ষম হব

 

প্ৰ 1. স্বপোষীয় পৰিপুষ্টিত প্ৰয়োজন হয়

     A) সূৰ্যৰ পোহৰ

     B) কাৰ্বন ডাই অক্সাইড আৰু       পানী

     C) পত্ৰহৰিৎ

     D). ওপৰৰ আটাইকেইটাই

উত্তৰ:-    D). ওপৰৰ আটাইকেইটাই

প্ৰ 2.আমি কিহৰ ওপৰত বিত্তি কৰি কোনো এটা জীৱ মৃত নে জীৱিত তাক ঠাৱৰ কৰো ?

    A). চলনৰ

    B) অস্থানৰ

    C) অচলনৰ

    D) A আৰু B দুয়োটাই

উত্তৰ:- A). চলনৰ

প্ৰ 3. মানুহৰ ৰক্ত  পৰিবহন  তন্ত্ৰ টো কিহৰ দ্ধাৰা গঠিত ?

    A) ৰক্তকোষ

    B) ৰক্তনলীকা

     C) হৃদযন্ত্ৰ

     D). ওপৰৰ আটাইকেইটা

উত্তৰ:- D). ওপৰৰ আটাইকেইটা

প্ৰ 4. মানুহৰ বৃক্ক দুটা  তলৰ কোনটো তন্ত্ৰৰ অংশ

      A) পৰিবহন

      B) শ্বসন

      C) পৰিপুষ্টি

      D). ৰেচন

উত্তৰ:-     D). ৰেচন

প্ৰ 5. সালোক  সংশ্লেষণৰ বাবে  প্ৰয়োজনীয় কাৰ্বন ডাই অক্সাইড (CO2)   উদ্ভিদে কৰ পৰা  আহৰণ কৰে ?

      A), বায়ুমণ্ডলৰ পৰা

      B) পানীৰ পৰা

      C) মাটিৰ পৰা

       D) ওপৰৰ আটাইকেইটা

উত্তৰ:- A), বায়ুমণ্ডলৰ পৰা

 

Read Also:- A Big list of verb

 

 

প্ৰ 6. ক্ষুদ্ৰান্তৰ বেৰত  কিছুমান আঙুলি  সদৃশৰ প্ৰবৰ্ধক থাকে । এই প্ৰবৰ্ধকবোৰ হৈছে

      A) ৰক্তকোষ

     B) ৰক্তনলীকা

     C). ভিলাই

      D) ক্ষুদ্ৰকোষ

উত্তৰ:-     C). ভিলাই

প্ৰ 7. উদ্ভিদৰ দেহত জাইলেমৰ কাম  কি?

      A) খাদ্যৰ  পৰিবহন

      B).পানীৰ পৰিবহন

      C)অক্সিজেনৰ পৰিবহন

       D) এমিন এচিডৰ পৰিবহন

উত্তৰ:-   B)পানীৰ পৰিবহন

প্ৰ 8. শ্বসন কেই প্ৰকাৰৰ

      A) ১ প্ৰকাৰৰ

      B).২ প্ৰকাৰৰ

       C) ৪ প্ৰকাৰৰ

      D) ৮ প্ৰকাৰৰ

উত্তৰ:-    B).২ প্ৰকাৰৰ

প্ৰ 9. পাইৰুভেট অনু ভাঙি কাৰ্বনডাই অক্ৰাইড,পানী আৰু শক্তি উৎপন্ন হোৱা  বিক্ৰিয়াটো সম্পাদিত  হয়

      A)চাইট প্লাজমত

      B).মাইট  কন্ড্ৰিয়াত

     C)ক্ল ৰপ্লাষ্টত

      D) কোষকেন্দ্ৰ

উত্তৰ:- B).মাইট  কন্ড্ৰিয়াত

প্ৰ 10. হজম নোহোৱা খাদ্যৰ পৰা নিৰ্গত পানী ভাগ প্ৰধানকৈ শোষিত হোৱা অংগটো হল 

     A). বৃহদান্ত্ৰ

    B) ক্ষুদ্ৰান্ত্ৰ

    C) পাকস্থলী

    D) খাদ্য নলী

উত্তৰ:-       A). বৃহদান্ত্ৰ

Read  Also:- বিপৰীত শব্দ  List of (Antonyms/Opposite Words In Assamese)

প্ৰ 11. মানুহৰ পুষ্টিৰ প্ৰধান স্তৰ হল

     A) পাচন

      B) খাদ্য গ্ৰহণ

      C) শোষণ

     D).ওপৰৰ আটাইকেইটা

উত্তৰ:-    D).ওপৰৰ আটাইকেইটা

12. পৰজীৱীয় পুষ্টি কৌশল অৱলম্বন কৰা জীৱ হল

      A) চিকৰা

     B) ফিটাপেলু

    C). A আৰু  B দুয়োটাই

     D) ওপৰৰ এটাও নহয়

উত্তৰ:-    C). A আৰু  B দুয়োটাই

প্ৰ13. ৰক্তহীনতা নামৰ অভাৱ  জনীত ৰোগ  কিহৰ অভাৱত হয়   ?

   A) বেক্টেৰীয়া

   B). হিমগ্লবিনৰ

   C) গ্লাইক’লাইছিছ

   D) ওপৰৰ আটাইকেইটা

উত্তৰ:-   B). হিমগ্লবিনৰ

প্ৰ 14. মানুহৰ দেহত খাদ্যৰ সম্পূৰ্ণ  পচন কোনটো  অংশত  হয় ?

    A). ক্ষুদ্ৰান্ত্ৰত

    B)বৃহদান্ত্ৰ

    C)যকৃৎ

    D)পাকস্থলী

উত্তৰ:-     A). ক্ষুদ্ৰান্ত্ৰত

প্ৰ 15. আকাশী লতা এবিধ

    A)স্বপোষীয়

    B)শ্বসনীয়

    C).পৰপোষীয়

    D) ওপৰৰ আটাইকেইটা

উত্তৰ:-   C).পৰপোষীয়

Read Also:- দশম শ্ৰেণীৰ সমাজ বিজ্ঞান অধ্যায় :- ভাৰতীয় গণতন্ত্ৰ পাঠৰ কিছুমান গুৰুত্বপূৰ্ণ  MCQ  click here

Comments

Post a Comment

Thanks for the comment

Popular posts from this blog

Class 11 Alternative English | Chapter 1 Suitor and Papa | by Anton Chekhov| Summary Suitor and Papa

The Last Lesson – All Important Questions and Answers (Short, Long, Very Long) | Class 12 Flamingo English