VIDYA UNNATI ACADEMY
HSLC |SEBA| Science Lesson-6 Life Process Most Important MCQ| Questions and Answers Class X
দশম শ্ৰেণীৰ বিজ্ঞান কিতাপৰ
অধ্যায় ৬ :- জীৱন প্ৰক্ৰিয়া
উক্ত পাঠৰ কিছুমান গুৰুত্বপূৰ্ণ MCQ । প্ৰশ্ন উত্তৰ
সৈতে দিয়া হৈছে ।
এইটো page ৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকলকে উক্ত পাঠৰ অতি চমু প্রশ্নৰ উত্তৰ জানিবলৈ সক্ষম
হব ।
প্ৰ 1. স্বপোষীয় পৰিপুষ্টিত
প্ৰয়োজন হয়
A) সূৰ্যৰ পোহৰ
B) কাৰ্বন ডাই অক্সাইড
আৰু পানী
C) পত্ৰহৰিৎ
D). ওপৰৰ
আটাইকেইটাই
উত্তৰ:- D). ওপৰৰ আটাইকেইটাই
প্ৰ 2.আমি কিহৰ ওপৰত
বিত্তি কৰি কোনো এটা জীৱ মৃত নে জীৱিত তাক ঠাৱৰ কৰো ?
A). চলনৰ
B) অস্থানৰ
C) অচলনৰ
D) A আৰু
B দুয়োটাই
উত্তৰ:- A). চলনৰ
প্ৰ 3. মানুহৰ ৰক্ত পৰিবহন
তন্ত্ৰ টো কিহৰ দ্ধাৰা গঠিত ?
A) ৰক্তকোষ
B) ৰক্তনলীকা
C) হৃদযন্ত্ৰ
D). ওপৰৰ
আটাইকেইটা
উত্তৰ:- D). ওপৰৰ আটাইকেইটা
প্ৰ 4. মানুহৰ বৃক্ক
দুটা তলৰ কোনটো তন্ত্ৰৰ অংশ
A) পৰিবহন
B) শ্বসন
C) পৰিপুষ্টি
D). ৰেচন
উত্তৰ:- D). ৰেচন
প্ৰ 5. সালোক সংশ্লেষণৰ বাবে প্ৰয়োজনীয় কাৰ্বন ডাই অক্সাইড (CO2) উদ্ভিদে
কৰ পৰা আহৰণ
কৰে ?
A), বায়ুমণ্ডলৰ
পৰা
B) পানীৰ
পৰা
C) মাটিৰ
পৰা
D) ওপৰৰ
আটাইকেইটা
উত্তৰ:- A), বায়ুমণ্ডলৰ পৰা
Read Also:- A Big
list of verb
প্ৰ 6. ক্ষুদ্ৰান্তৰ
বেৰত কিছুমান আঙুলি সদৃশৰ প্ৰবৰ্ধক থাকে । এই প্ৰবৰ্ধকবোৰ হৈছে
A) ৰক্তকোষ
B) ৰক্তনলীকা
C). ভিলাই
D) ক্ষুদ্ৰকোষ
উত্তৰ:- C). ভিলাই
প্ৰ 7. উদ্ভিদৰ দেহত
জাইলেমৰ কাম কি?
A) খাদ্যৰ পৰিবহন
B).পানীৰ
পৰিবহন
C)অক্সিজেনৰ পৰিবহন
D) এমিন
এচিডৰ পৰিবহন
উত্তৰ:- B)পানীৰ পৰিবহন
প্ৰ 8. শ্বসন কেই প্ৰকাৰৰ
A) ১ প্ৰকাৰৰ
B).২
প্ৰকাৰৰ
C) ৪
প্ৰকাৰৰ
D) ৮
প্ৰকাৰৰ
উত্তৰ:- B).২ প্ৰকাৰৰ
প্ৰ 9. পাইৰুভেট অনু ভাঙি
কাৰ্বনডাই অক্ৰাইড,পানী আৰু শক্তি উৎপন্ন হোৱা
বিক্ৰিয়াটো সম্পাদিত হয়
A)চাইট প্লাজমত
B).মাইট কন্ড্ৰিয়াত
C)ক্ল ৰপ্লাষ্টত
D) কোষকেন্দ্ৰ
উত্তৰ:- B).মাইট কন্ড্ৰিয়াত
প্ৰ 10. হজম নোহোৱা খাদ্যৰ
পৰা নিৰ্গত পানী ভাগ প্ৰধানকৈ শোষিত হোৱা অংগটো হল
A). বৃহদান্ত্ৰ
B) ক্ষুদ্ৰান্ত্ৰ
C) পাকস্থলী
D) খাদ্য নলী
উত্তৰ:- A). বৃহদান্ত্ৰ
Read Also:- বিপৰীত শব্দ List of (Antonyms/Opposite Words In Assamese)
প্ৰ 11. মানুহৰ পুষ্টিৰ প্ৰধান স্তৰ হল
A) পাচন
B) খাদ্য
গ্ৰহণ
C) শোষণ
D).ওপৰৰ আটাইকেইটা
উত্তৰ:- D).ওপৰৰ আটাইকেইটা
12. পৰজীৱীয় পুষ্টি কৌশল অৱলম্বন
কৰা জীৱ হল
A) চিকৰা
B) ফিটাপেলু
C). A আৰু B
দুয়োটাই
D) ওপৰৰ এটাও নহয়
উত্তৰ:- C). A আৰু B দুয়োটাই
প্ৰ13. ৰক্তহীনতা নামৰ
অভাৱ জনীত ৰোগ কিহৰ অভাৱত হয় ?
A) বেক্টেৰীয়া
B). হিমগ্লবিনৰ
C) গ্লাইক’লাইছিছ
D) ওপৰৰ আটাইকেইটা
উত্তৰ:- B). হিমগ্লবিনৰ
প্ৰ 14. মানুহৰ দেহত খাদ্যৰ সম্পূৰ্ণ
পচন কোনটো অংশত হয় ?
A). ক্ষুদ্ৰান্ত্ৰত
B)বৃহদান্ত্ৰ
C)যকৃৎ
D)পাকস্থলী
উত্তৰ:- A). ক্ষুদ্ৰান্ত্ৰত
প্ৰ 15. আকাশী লতা এবিধ
A)স্বপোষীয়
B)শ্বসনীয়
C).পৰপোষীয়
D) ওপৰৰ আটাইকেইটা
উত্তৰ:- C).পৰপোষীয়
Read Also:- দশম শ্ৰেণীৰ সমাজ বিজ্ঞান অধ্যায় :- ভাৰতীয়
গণতন্ত্ৰ পাঠৰ কিছুমান গুৰুত্বপূৰ্ণ MCQ click here
Love you bro
ReplyDelete