HSLC |SEBA| Social Science Lesson-1 Most Important MCQ| Questions and Answers Class X

 

         VIDYA UNNATI ACADEMY


Social Science part -3 Lesson-1 Most Important MCQ| Questions and Answers for  Class X.
     দশম শ্ৰেণীৰ সমাজ বিজ্ঞান কিতাপৰ তৃতীয় খণ্ড 
প্ৰথম অধ্যায় :- ভাৰতীয় গণতন্ত্ৰ 
উক্ত পাঠৰ কিছুমান  গুৰুত্বপূৰ্ণ  MCQ । প্ৰশ্নোত্তৰ  সৈতে  দিয়া হৈছে ।
   


) 1) তলৰ কোনটো শব্দ প্ৰস্তাৱনাত উল্লেখ নাই 

   A. গণতান্ত্ৰিক      B. সমাজবাদী

  C. ধৰ্ম বাদী     D. গনৰাজ্য


Note:- প্ৰশ্ন কেইটাৰ উত্তৰ (Answer sheet ) এইটো page  শেষত উপলব্ধ 


2) ভাৰতবৰ্ষত  নাগৰিকত্ব  ব্যৱস্থা হৈছে -

  A. বহু নাগৰিকত্ব  ব্যৱস্থা   

 B., এক নাগৰিকত্ব  ব্যৱস্থা 

 C. দ্বৈত নাগৰিকত্ব  ব্যৱস্থা

 D.ওপৰৰ এটাও নহায়

3) ভাৰতবৰ্ষৰ সংসদীয়  গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ  পৰা  অনুকৰণ কৰা হৈছে?

      A. আমেৰিকা       B.,ইংলেণ্ড

      C. ছুইজাৰলেণ্ড    

      D. A আৰু B দুয়োটাই

 4) ঐক্য , সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ  কেইটা সংবিধান কিমান সংশোধনী মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈছিল ?

    A. ৪০     B.৪১           C.,৪২           D.৪৩

5)  যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক কোৱা হয় ?

      A. চীন                B. ইংলেণ্ড  

        C. ভাৰত           D.,আমেৰিকা

6)  সংবিধান খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম কি ?

       A., ড° বি আৰ আম্বেদকাৰ

       B. কে এম মুন্সি

      C. ডি পি খৈটান

      D. এন মাধৱ ৰাও

7) ইংৰাজী Federation শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে ?

      A .,Foedus         B. Foedas

       C. Foidus            D.Feaders

Read Also:-

World Environment Day Quiz


8) সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল ?

      A .ড° ৰাজেনদ্ৰ প্ৰসাদ  

      B. ড° বি আৰ আম্বেদকাৰ

       C. কে এম মুন্থি  

        D ., ড° সচ্ছিদানন্দ সিনহা

9) ১৯৪৫চনত  অনুষ্ঠিত হোৱা  নিৰ্বাচনত ইংলেণ্ডলত কোনটো দল জয়ী  হৈছিল?

      A. ৰাজনৈতিক  দল        B.,শ্ৰমিক দল

       C. আনঞ্চলিক দল

       D. ওপৰৰ এটাও নহায়

10)ভাৰতবৰ্ষৰ সংবিধানৰ প্রস্তাৱনাক ভাৰতৰ সংবিধানৰ আত্মা বুলিও কোৱা হয়,  এই উক্তিটো-

      A. অসত্য   

      B. সত্য    

     C. Aআৰু B এটাও নহায়

      D. ওপৰৰ আটাইকেইটাই

Oficial fb page:- v.u.academy

11) ‘কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল?

   A. ১৯৫৫চনত              B., ১৯৪৬ চনত  

   C. ১৯৬৫চনত               D .১৯৭৬চনত

12) কিমান চনত ভাৰতীয় সংবিধান কাৰ্যকৰী কৰা হয়?

      A .,১৯৫০ চনৰ ২৬ জানুৱাৰী

     B. ১৯৪৯ চনৰ ২৬ জানুৱাৰী

      C. ১৯৫০ চনৰ ২৬  নম্বৰ  

      D. ১৯৪৭চনৰ ২৬ জানুৱাৰী

13) ‘সাৰ্বভৌমশব্দৰ অৰ্থ হৈছে-

       A. ৰাষ্ট্ৰৰ বিশাল  ক্ষমতা   

      B. ৰাষ্ট্ৰৰ ক্ষুদ্ৰ  ক্ষমতা

      C. ,ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা 

      D .ৰাষ্ট্ৰৰ সৰ্ব নিম্ন ক্ষমতা


Read  Also:- বিপৰীত শব্দ  List of (Antonyms/Opposite Words In Assamese)



14) কেবিনেট মিছনইংলেণ্ডৰ কেইজন কেবিনেট মন্ত্ৰীৰে গঠিত?

      A. জন      B ., ৩জন  

       C. ৫জন    D.৭জন

15) সমাজবাদী শব্দটো কিমান চনত প্ৰস্তাৱনাত  সংযোজন কৰা হয়?

   A., ১৯৭৬ চনত           B. ১৯৫৬ চনত 

     C.১৯৮৬চনত            D. ১৯৭৬চনত

16)ভাৰত চৰকাৰ আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল?

     A. ১৯২৫ চনত        B.,১৯৩৫চনত  

    C. ১৯৫৭ চনত       D.১৯৪৫ চনত

17)সংবিধানৰ কিমান নং অনুচ্ছেদত ভাৰতক এখন ৰাজ্য সমূহৰ সংঘবুলি ঘোষণা কৰা হৈছে?

   A .৫নং অনুচ্ছেদত  B.৩ নং অনুচ্ছেদত

    C. ৪ অনুচ্ছেদত    D.,১নং অনুচ্ছেদত

18) ১৯৪৭চনৰ ১৫ আগষ্টৰ পৰা ১৯৫০ চনৰ ২৬জানুৱাৰীলৈ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা কি আইনৰ ভিত্তিত চলিছিল?

 A., ভাৰত চৰকাৰ  আইন  ১৯৩৫

B.সংবিধান আইন 

C .গণতান্ত্ৰিক আইন          

D. ওপৰৰ এটাও নহায়

19) ভাৰতবৰ্ষৰ সংসদ কেইখন সংসদৰে গঠিত?

      A. ৪খন      B.৮খন     

    C., খন        D.৩খন

20) কিমান চনত ছাৰকাৰিয়া আয়োগগঠন কৰা হৈছিল?

     A .১৯৮২ চনত       B., ১৯৮৩  চনত

      C. ১৯৫৩ চনত      D  .১৯৭৪চনত  

Visit our website ;- vidyaunnatiacademy.com

      VIDYA UNNATI ACADEMY

 

Answer sheet:-

1)      c .ধৰ্ম বাদী

2)      B . এক নাগৰিকত্ব  ব্যৱস্থা

3)      B.  ইংলেণ্ড

4)      C.  ৪২

5)      D . আমেৰিকা

6)      A.  ° বি আৰ আম্বেদকাৰ

7)      A. Foedus

8)      D. ° সচ্ছিদানন্দ সিনহা

9)      B.  শ্ৰমিক দল

10)   B. সত্য

11)   B. ১৯৪৬ চনত

12)    A. ১৯৫০ চনৰ ২৬ জানুৱাৰী

13)   C. ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা

14)   B. ৩জন

15)   A. ১৯৭৬ চনত

16)   B. ১৯৩৫চনত

17)   D. ১নং অনুচ্ছেদত

18)   A. ভাৰত চৰকাৰ  আইন  ১৯৩৫

19)   C. খন

20)   B. ১৯৮৩  চনত

------×------×-------×---------

Read Also:- সামৰ্থক শব্দ  কাক বোলে?    সামৰ্থক শব্দ  (প্ৰতিশব্দঅৰ্থ ভাণ্ডাৰ 


Comments

Popular posts from this blog

Class 11 Alternative English | Chapter 1 Suitor and Papa | by Anton Chekhov| Summary Suitor and Papa

HSLC |SEBA| Science Lesson-6 Life Process Most Important MCQ| Questions and Answers Class X

The Last Lesson – All Important Questions and Answers (Short, Long, Very Long) | Class 12 Flamingo English