Skip to main content

HSLC |SEBA| Social Science Lesson-1 Most Important MCQ| Questions and Answers Class X

 

         VIDYA UNNATI ACADEMY


Social Science part -3 Lesson-1 Most Important MCQ| Questions and Answers for  Class X.
     দশম শ্ৰেণীৰ সমাজ বিজ্ঞান কিতাপৰ তৃতীয় খণ্ড 
প্ৰথম অধ্যায় :- ভাৰতীয় গণতন্ত্ৰ 
উক্ত পাঠৰ কিছুমান  গুৰুত্বপূৰ্ণ  MCQ । প্ৰশ্নোত্তৰ  সৈতে  দিয়া হৈছে ।
   


) 1) তলৰ কোনটো শব্দ প্ৰস্তাৱনাত উল্লেখ নাই 

   A. গণতান্ত্ৰিক      B. সমাজবাদী

  C. ধৰ্ম বাদী     D. গনৰাজ্য


Note:- প্ৰশ্ন কেইটাৰ উত্তৰ (Answer sheet ) এইটো page  শেষত উপলব্ধ 


2) ভাৰতবৰ্ষত  নাগৰিকত্ব  ব্যৱস্থা হৈছে -

  A. বহু নাগৰিকত্ব  ব্যৱস্থা   

 B., এক নাগৰিকত্ব  ব্যৱস্থা 

 C. দ্বৈত নাগৰিকত্ব  ব্যৱস্থা

 D.ওপৰৰ এটাও নহায়

3) ভাৰতবৰ্ষৰ সংসদীয়  গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ  পৰা  অনুকৰণ কৰা হৈছে?

      A. আমেৰিকা       B.,ইংলেণ্ড

      C. ছুইজাৰলেণ্ড    

      D. A আৰু B দুয়োটাই

 4) ঐক্য , সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ  কেইটা সংবিধান কিমান সংশোধনী মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈছিল ?

    A. ৪০     B.৪১           C.,৪২           D.৪৩

5)  যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক কোৱা হয় ?

      A. চীন                B. ইংলেণ্ড  

        C. ভাৰত           D.,আমেৰিকা

6)  সংবিধান খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম কি ?

       A., ড° বি আৰ আম্বেদকাৰ

       B. কে এম মুন্সি

      C. ডি পি খৈটান

      D. এন মাধৱ ৰাও

7) ইংৰাজী Federation শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে ?

      A .,Foedus         B. Foedas

       C. Foidus            D.Feaders

Read Also:-

World Environment Day Quiz


8) সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল ?

      A .ড° ৰাজেনদ্ৰ প্ৰসাদ  

      B. ড° বি আৰ আম্বেদকাৰ

       C. কে এম মুন্থি  

        D ., ড° সচ্ছিদানন্দ সিনহা

9) ১৯৪৫চনত  অনুষ্ঠিত হোৱা  নিৰ্বাচনত ইংলেণ্ডলত কোনটো দল জয়ী  হৈছিল?

      A. ৰাজনৈতিক  দল        B.,শ্ৰমিক দল

       C. আনঞ্চলিক দল

       D. ওপৰৰ এটাও নহায়

10)ভাৰতবৰ্ষৰ সংবিধানৰ প্রস্তাৱনাক ভাৰতৰ সংবিধানৰ আত্মা বুলিও কোৱা হয়,  এই উক্তিটো-

      A. অসত্য   

      B. সত্য    

     C. Aআৰু B এটাও নহায়

      D. ওপৰৰ আটাইকেইটাই

Oficial fb page:- v.u.academy

11) ‘কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল?

   A. ১৯৫৫চনত              B., ১৯৪৬ চনত  

   C. ১৯৬৫চনত               D .১৯৭৬চনত

12) কিমান চনত ভাৰতীয় সংবিধান কাৰ্যকৰী কৰা হয়?

      A .,১৯৫০ চনৰ ২৬ জানুৱাৰী

     B. ১৯৪৯ চনৰ ২৬ জানুৱাৰী

      C. ১৯৫০ চনৰ ২৬  নম্বৰ  

      D. ১৯৪৭চনৰ ২৬ জানুৱাৰী

13) ‘সাৰ্বভৌমশব্দৰ অৰ্থ হৈছে-

       A. ৰাষ্ট্ৰৰ বিশাল  ক্ষমতা   

      B. ৰাষ্ট্ৰৰ ক্ষুদ্ৰ  ক্ষমতা

      C. ,ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা 

      D .ৰাষ্ট্ৰৰ সৰ্ব নিম্ন ক্ষমতা


Read  Also:- বিপৰীত শব্দ  List of (Antonyms/Opposite Words In Assamese)



14) কেবিনেট মিছনইংলেণ্ডৰ কেইজন কেবিনেট মন্ত্ৰীৰে গঠিত?

      A. জন      B ., ৩জন  

       C. ৫জন    D.৭জন

15) সমাজবাদী শব্দটো কিমান চনত প্ৰস্তাৱনাত  সংযোজন কৰা হয়?

   A., ১৯৭৬ চনত           B. ১৯৫৬ চনত 

     C.১৯৮৬চনত            D. ১৯৭৬চনত

16)ভাৰত চৰকাৰ আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল?

     A. ১৯২৫ চনত        B.,১৯৩৫চনত  

    C. ১৯৫৭ চনত       D.১৯৪৫ চনত

17)সংবিধানৰ কিমান নং অনুচ্ছেদত ভাৰতক এখন ৰাজ্য সমূহৰ সংঘবুলি ঘোষণা কৰা হৈছে?

   A .৫নং অনুচ্ছেদত  B.৩ নং অনুচ্ছেদত

    C. ৪ অনুচ্ছেদত    D.,১নং অনুচ্ছেদত

18) ১৯৪৭চনৰ ১৫ আগষ্টৰ পৰা ১৯৫০ চনৰ ২৬জানুৱাৰীলৈ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা কি আইনৰ ভিত্তিত চলিছিল?

 A., ভাৰত চৰকাৰ  আইন  ১৯৩৫

B.সংবিধান আইন 

C .গণতান্ত্ৰিক আইন          

D. ওপৰৰ এটাও নহায়

19) ভাৰতবৰ্ষৰ সংসদ কেইখন সংসদৰে গঠিত?

      A. ৪খন      B.৮খন     

    C., খন        D.৩খন

20) কিমান চনত ছাৰকাৰিয়া আয়োগগঠন কৰা হৈছিল?

     A .১৯৮২ চনত       B., ১৯৮৩  চনত

      C. ১৯৫৩ চনত      D  .১৯৭৪চনত  

Visit our website ;- vidyaunnatiacademy.com

      VIDYA UNNATI ACADEMY

 

Answer sheet:-

1)      c .ধৰ্ম বাদী

2)      B . এক নাগৰিকত্ব  ব্যৱস্থা

3)      B.  ইংলেণ্ড

4)      C.  ৪২

5)      D . আমেৰিকা

6)      A.  ° বি আৰ আম্বেদকাৰ

7)      A. Foedus

8)      D. ° সচ্ছিদানন্দ সিনহা

9)      B.  শ্ৰমিক দল

10)   B. সত্য

11)   B. ১৯৪৬ চনত

12)    A. ১৯৫০ চনৰ ২৬ জানুৱাৰী

13)   C. ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা

14)   B. ৩জন

15)   A. ১৯৭৬ চনত

16)   B. ১৯৩৫চনত

17)   D. ১নং অনুচ্ছেদত

18)   A. ভাৰত চৰকাৰ  আইন  ১৯৩৫

19)   C. খন

20)   B. ১৯৮৩  চনত

------×------×-------×---------

Read Also:- সামৰ্থক শব্দ  কাক বোলে?    সামৰ্থক শব্দ  (প্ৰতিশব্দঅৰ্থ ভাণ্ডাৰ 


Comments

Popular posts from this blog

Assamese grammar.সামৰ্থক শব্দ (প্ৰতিশব্দ).Synonyms In Assamese.How to improve assamese Grammar ‌

  সামৰ্থক শব্দ         ( প্ৰতিশব্দ ) অসমত   প্ৰতি বছৰেই অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীয়ে  ‌অসমীয়া বিষয়ৰ পৰীক্ষা দিব লাগে।       ব্যাকৰণত সামৰ্থক শব্দ অৰ্থ  উত্তৰ হিচাপে লিখিব লাগে । এই পেইজৰ জৰিয়তে ছাত্ৰ ছাত্ৰীয়ে সামৰ্থক শব্দৰ বিষয়ে জানিবলৈ সক্ষম হব । লগতে সামৰ্থক শব্দ অৰ্থ PDF Download কৰিব পাৰিব ।   তলত কিছুমান সামৰ্থক শব্দ অৰ্থ দিয়া হৈছে--            ------- অ---- অগ্নি :-  অনল,   জুই,   বহ্নি,   পাৱক,   হুতাশন।   অতি  : -  অত্যন্ত, অতিশয়, অধিক, খুব, পৰম। অনুৰাগ : -   আসক্তি, প্ৰেম। অন্ধকাৰ  : -  তমঃ, তিমিৰ, আন্ধাৰ, নিশি। অমৰাপুৰী  : -  স্বৰ্গ, দেৱলোক। অমৃত : -   সুধা, অমিয়, পীযুষ। অৰ্থ : -   ধন, বিভৱ, বৈভৱ, বিভূতি, টকা, পইচা,   সম্পদ, বিত্ত, ঐশ্বৰ্য। অলংকাৰ : -   আভৰণ, কানি-কাপোৰ। অসুৰ : -  দৈত্য, দানৱ, দেৱাৰি, ইন্দ্ৰাৰি,দিতিসুত, দেৱৰিপু। অসুখ:  অশান্তি, বেজাৰ, অসন্তোষ, অসুস্থতা।   ...

অসমীয়া বিপৰীত শব্দ (Antonyms/Opposite Words In Assamese).why Assamese grammar is important for Assamese medium students?

  VIDYA UNNATI ACADEMY বিপৰীত শব্দ ( Antonyms/Opposite Words In Assamese) অসমত   প্ৰতি বছৰেই অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীয়ে  ‌অসমীয়া বিষয়ৰ পৰীক্ষা দিব লাগে।       ব্যাকৰণত বিপৰীত  শব্দ  উত্তৰ হিচাপে লিখিব লাগে । এই পেইজৰ জৰিয়তে ছাত্ৰ- ছাত্ৰীয়ে  বিপৰীত শব্দ বিষয়ে জানিবলৈ সক্ষম হব । লগতে বিপৰীত  শব্দৰ PDF Download কৰিব পাৰিব ।   তলত কিছুমান বিপৰীত  শব্দ  দিয়া হৈছে-- __________________ অ __________________ অন্তৰ = বাহিৰ অসীম = সসীম অন্ধ = দৃষ্টিসম্পন্ন অকৃতজ্ঞ = কৃতজ্ঞ অগভীৰ ~ গভীৰ অগ্ৰগতি ~ পশ্চাৎগতি অচল ~ সচল অণু ~ বৃহৎ অতিবৃষ্টি ~ অনাবৃষ্টি অধম ~ উত্তম অধিকাৰ ~ অনাধিকাৰ অধীন ~ স্বাধীন অতিবৃষ্টি ~ অনাবৃষ্টি অনভ্যাস ~ অভ্যাস অনুকূল ~ প্ৰতিকূল অনুগ্ৰহ ~ নিগ্ৰহ SEBA Old question paper download click here অনুচিত ~ উচিত অনুৰাগ ~ বিৰাগ অপমান ~ মান অবৈধ ~ বৈধ অৰ্বাচীন ~ প্ৰাচীন অভাৱ ~ উভৈনদী অভিজ্ঞ ~ অনভিজ্ঞ অভ্যাস ~ অনভ্যাস অমৃত ~ বিষ, গৰল অলপ ~ বেছি অসতী ~ সতী অসভ্য ~   সভ্য...

HSLC |SEBA| Science Lesson-6 Life Process Most Important MCQ| Questions and Answers Class X

    VIDYA UNNATI ACADEMY HSLC |SEBA|  Science Lesson-6 Life Process Most Important MCQ| Questions and Answers Class X   দশম শ্ৰেণীৰ   বিজ্ঞান কিতাপৰ অধ্যায়   ৬ :- জীৱন প্ৰক্ৰিয়া উক্ত পাঠৰ কিছুমান  গুৰুত্বপূৰ্ণ  MCQ । প্ৰশ্ন উত্তৰ   সৈতে  দিয়া হৈছে । এইটো page ৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকলকে   উক্ত পাঠৰ অতি চমু   প্রশ্নৰ     উত্তৰ জানিবলৈ সক্ষম হব ।   প্ৰ 1. স্বপোষীয় পৰিপুষ্টিত প্ৰয়োজন হয়      A) সূৰ্যৰ পোহৰ      B) কাৰ্বন ডাই অক্সাইড আৰু        পানী      C) পত্ৰহৰিৎ      D). ওপৰৰ আটাইকেইটাই উত্তৰ :-     D). ওপৰৰ আটাইকেইটাই প্ৰ 2.আমি কিহৰ ওপৰত বিত্তি কৰি কোনো এটা জীৱ মৃত নে জীৱিত তাক ঠাৱৰ কৰো ?     A). চলনৰ     B) অস্থানৰ     C) অচলনৰ     D) A আৰু B দুয়োটাই উত্তৰ :- A). চলনৰ ...