Skip to main content

অসমীয়া বিপৰীত শব্দ (Antonyms/Opposite Words In Assamese).why Assamese grammar is important for Assamese medium students?

 

VIDYA UNNATI ACADEMY

বিপৰীত শব্দ (Antonyms/Opposite Words In Assamese)


অসমত  প্ৰতি বছৰেই অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীয়ে  ‌অসমীয়া বিষয়ৰ পৰীক্ষা দিব লাগে।
      ব্যাকৰণত বিপৰীত  শব্দ  উত্তৰ হিচাপে লিখিব লাগে ।
এই পেইজৰ জৰিয়তে ছাত্ৰ- ছাত্ৰীয়ে  বিপৰীত শব্দ বিষয়ে জানিবলৈ সক্ষম হব ।
লগতে বিপৰীত  শব্দৰ PDF Download কৰিব পাৰিব ।
  তলত কিছুমান বিপৰীত  শব্দ  দিয়া হৈছে--


__________________ __________________

অন্তৰ = বাহিৰ

অসীম = সসীম

অন্ধ = দৃষ্টিসম্পন্ন

অকৃতজ্ঞ = কৃতজ্ঞ
অগভীৰ ~ গভীৰ
অগ্ৰগতি ~ পশ্চাৎগতি
অচল ~ সচল
অণু ~ বৃহৎ
অতিবৃষ্টি ~ অনাবৃষ্টি
অধম ~ উত্তম
অধিকাৰ ~ অনাধিকাৰ
অধীন ~ স্বাধীন
অতিবৃষ্টি ~ অনাবৃষ্টি
অনভ্যাস ~ অভ্যাস
অনুকূল ~ প্ৰতিকূল
অনুগ্ৰহ ~ নিগ্ৰহ
SEBA Old question paper download click here

অনুচিত ~ উচিত

অনুৰাগ ~ বিৰাগ
অপমান ~ মান
অবৈধ ~ বৈধ
অৰ্বাচীন ~ প্ৰাচীন
অভাৱ ~ উভৈনদী
অভিজ্ঞ ~ অনভিজ্ঞ
অভ্যাস ~ অনভ্যাস
অমৃত ~ বিষ, গৰল
অলপ ~ বেছি
অসতী ~ সতী
অসভ্য ~ সভ্য
অসহায় ~ সহায়
অসাধু ~ সাধু
অসুস্থ ~ সুস্থ
অস্বাভাৱিক ~ স্বাভাৱিক
অহংকাৰ ~ নিৰহংকাৰী
অক্ষম ~ সক্ষম

__________________ _________________

আচলত = নকল

আগ = গুৰি, পাছ

আগমন = প্রত্যাগমন

আইনসংগ ~ বে-আইনী
আকৰ্ষণ ~ বিকৰ্ষণ
আকাশ ~ পাতাল

আচামী ~ ফৰিয়াদী

আচাৰ ~ অনাচাৰ
আঢ্যৱন্ত ~ দৰিদ্ৰ
আদৰ ~ অনাদৰ
আদান ~ প্ৰদান
আদি ~ অন্ত, অনাদি
আধুনিক ~ পুৰণি
আনন্দ ~ বিষাদ, নিৰানন্দ
আন্ধাৰ ~ পোহৰ
আপদ ~ নিৰাপদ
আপোন ~ পৰ
আৰম্ভ ~ শেষ
আৰোহন ~ অৱৰোহন
আৱাহন ~ বিসৰ্জন
আৰ্ৱিভাৱ ~ তিৰোভাৱ, অন্তৰ্ধান
আশা ~ নিৰাশা
আশীৰ্বাদ ~ অভিশাপ
আস্তিক ~ নাস্তিক
আয় ~ ব্যয়
আয়তী ~ বিধৱা
আঁতৰ ~ ওচৰ

How To download Antonyms/Opposite Words In Assamese

__________________ ___________________
ইচ্ছা = অনিচ্ছা
ইহলোক = পৰলোক
ইষ্ট = অনিষ্ট

__________________ ___________________
উক্ত = অনুক্ত

উৰ্দ্ধ = অধঃ

উচিত = অনুচিত
উচ্চ = নীচ
উচ্ছৃঙ্খল = সুশৃঙ্খল
উজনি = নামনি
উজু = টান, জটিল
উত্তৰ = প্ৰশ্ন
উত্তম ~ নৰমঅধম
উত্তমৰ্ণ = অধমৰ্ণ
উত্থান = পতন
উদয় ~ অস্ত
উদাৰ ~ সংকীৰ্ণ
উদ্গতি ~ অৱনতি
উদং ~ ভৰ্তি
উন্নতি ~ অৱনতি
উন্মুক্ত ~ অৱৰুদ্ধ
উপকাৰ ~ অপকাৰ
উপযুক্ত ~ অনুপযুক্ত
Get more Pdf like this join our Telegram channel click here

উপযোগী ~ অনুপযোগী
উপস্থিত ~ অনুপস্থিত
উৰ্বৰ ~ অনুৰ্বৰ
উৎকৃষ্ট ~ নিকৃষ্ট
উৎসাহ ~ নিৰুৎসাহ

__________________ __________________
এতিয়া = তেতিয়া
__________________ __________________
ঐক্য = অনৈক্য

__________________ __________________
ওখ = চাপৰ
ওপৰ = তল
ওপৰত = তলত

__________________ _________________
ক'লা = বগা
ককাইদেউ ~ বাইদেউ
কঠিন ~ উজু, সহজ
কঠোৰ ~ কোমল
কনিষ্ঠ ~ জ্যেষ্ঠ
কন্দা = হহাঁ
কপটীয়া = উদাৰ
কাতৰ ~ অকাতৰ
কুটিল ~ সৰল, উদাৰ
কেঁচা ~ পকা
কৃতকাৰ্য ~ অকৃতকাৰ্য
কৃতজ্ঞ ~ অকৃতজ্ঞ
কৃত্ৰিম ~ স্বাভাৱিক, অকৃত্ৰিম
কৃপণ ~ খৰচী, ধোঁলাখুলীয়া
কৃশ ~ স্থূল
কোমল ~ টান
ক্ৰন্দন ~ হাঁহি

__________________  ___________________

খাল = বাম
খাদ্য ~ অখাদ্য
খালী ~ ভৰ্তি
খোৱা ~ নোখোৱা

__________________  ___________________

গভীৰ = তৰং,অগভীৰ

গৃহস্থী = সন্ন্যাসী

গুণী = নি গুৰ্ণী

গধুৰ ~ পাতল
গধূলি ~ পুৱা
গৰম ~ শীত
গৰিমল ~ মিল
গৰিষ্ঠ ~ লঘিষ্ঠ
গহীন ~ পাতল
গুচৰীয়া ~ আচামী
গুণ ~ দোষ
গুপন ~ প্ৰকাশ
গুপ্ত ~ প্ৰকাশ্য
গুৰু ~ শিষ্য
গ্ৰহণ ~ ত্যাগ, বৰ্জন

__________________  ___________________
ঘন ~ পাতল

ঘৰচীয়া = বনৰীয়া

__________________  ___________________
চল = অচল

চৰম = নৰম

চহকী ~ দৰিদ্ৰ
চৰিত্ৰৱন্ত -- চৰিত্ৰহীন
চৰিত্ৰহীন ~ চৰিত্ৰৱান
চেতন ~ জড়, অচেতন
চুটি ~ দীঘল
চোৰ ~ সাধু

__________________ ___________________
জমা = খৰচ

জাগৰণ = নিদ্ৰা

জোখ = বিজোখ, অজোখ

জটিল ~ সৰল
জপা ~ মেলা
জন্ম ~ মৃত্যু
জয় ~ পৰাজয়
জাৰ ~ জহ
জীৱন ~ মৃত্যু, মৰণ
জুটি ~ বিজুটি
জ্যেষ্ঠ ~ কনিষ্ঠ
জয় ~ পৰাজয়
জঁয় ~ সতেজ
জ্ঞাত ~ অজ্ঞাত
জ্ঞান ~ অজ্ঞানড়
জ্ঞানী ~ মূৰ্খ

Read also:-Republic day In india

__________________ ___________________
টান ~ উজু, ঢিলা 
টেঙৰ ~ সৰল

__________________ ___________________
ঠেক ~ বহল
__________________ ___________________
ডেকা = বুঢ়া

ডাঠ = পাতল

ডাঙৰ ~ সৰু
__________________ ___________________
ঢিলা ~ কঠিন

__________________ ___________________
তপত ~ চেঁচা, ঠাণ্ডা

তেতিয়া = এতিয়া
তল ~ ওপৰ
তাকৰ ~ সৰহ
তিৰস্কাৰ ~ পুৰস্কাৰ
তেজী ~ লেহেম
ত্যাগ ~ গ্ৰহণ
ত্ৰুটী ~ ত্ৰুটীহীন

_________________ ___________________
দ' ~ বাম
দণ্ড ~ মুক্তি
দয়ালু ~ নিৰ্দয়
দাতা ~ গ্ৰহীতা
দিঠক ~ সপোন
দিন ~ ৰাতি
দীঘল ~ চুটি  WWW.VIDYAUNNATIACADEMY.COM

দীৰ্ঘ = হ্ৰস্ব

দুখীয়া ~ ধনী
দুৰ্বল ~ সবল
দুৰ্বলী ~ ক্ষমতাসম্পন্ন
দূৰ ~ ওচৰ
দৃষ্টিহীন ~ দৃষ্টিক্ষম
দেনা ~ পাওনা
দেৱতা ~ দৈত্য, দানৱ
দেৱত্ব ~ পশুত্ব
দেশ ~ বিদেশ
দেশপ্ৰেম ~ দেশদ্ৰোহী
দেশহিতৈষীতা ~ দেশদ্ৰোহীতা
দেশী ~ বিদেশী
দোষ ~ গুণ, নিৰ্দোষ

 দ্ৰুত ~ মন্থৰ

__________________ ___________________
ধনৱন্ত ~ দৰিদ্ৰ, ধনহীন
ধনী ~ দুখীয়া
ধৰ্ম ~ অধৰ্ম
ধৈৰ্য ~ অধৈৰ্য
ধ্বংস ~ নিৰ্মাণ

__________________ ___________________
ন ~ পুৰণি
নতুন ~ পুৰণি
নবীন ~ প্ৰবী
নম্ৰতা ~ উগ্ৰতা
নিকৃষ্ট ~ উৎকৃষ্ট
নিন্দা ~ প্ৰশংসা, স্তুতি

নিৰ্দোষী = দোষী
নিদ্ৰা ~ জাগ্ৰত, অনিদ্ৰা, জাগৰণ

নিৰাপদ = বিপদজনক

নিৰাকাৰ = সাকাৰ

নিৰ্ভীক = ভীৰু  

নিৰ্ভুল ~ ভুল
নিম্নোক্ত ~ উপৰোক্ত
নিষ্কৰ্মা ~ কৰ্মী
নিৰস ~ সৰস
নিৰাশা ~ আশা
নিৰানন্দ ~ আনন্দ
নিৰ্মল ~ মলিন
নিলগত ~ ওচৰত
নিশা ~ দিবা
নিষ্ঠুৰ ~ দয়ালু
নিস্তব্ধতা ~ হাহাকাৰ
নিয়ম ~ অনিয়ম
নীতিপৰায়ণ ~ অনীতিপৰায়ণ
নেদেখা ~ দেখা
ন্যায় ~ অন্যায়

__________________ ___________________


পণ্ডিত ~ মূৰ্খ
পৰনিৰ্ভৰশীল ~ আত্মনিৰ্ভৰশীল
পৰিমিত ~ অপৰিমিত
পৰিশ্ৰমী ~ এলেহুৱা

পৰিষ্কাৰ = অপৰিষ্কাৰ,  লেতেৰা
পৰোক্ষ ~ প্ৰত্যক্ষ
পৱিত্ৰ ~ অপৱিত্ৰ
পাপ ~ পুণ্য
পাহাৰ ~ সমতল
পাতল ~ ঘন, ডাঠ, গধুৰ
পাৰ্থক্য ~ মিল
১০০০তকৈ অধিক সামৰ্থক শব্দ জানক click here

পুণ্য ~ পাপ

পুৱা = গধূলী, সন্ধ্যা
পুৰণি ~ নতুন
পুৰুষ ~ মহিলা
পূব ~ পশ্চিম

পুৰষ্কাৰ = তিৰস্কাৰ
পোহৰ ~ আন্ধাৰ
প্ৰচুৰ ~ অলপীয়া, অপ্ৰচুৰ
প্ৰকৃত ~ অপ্ৰকৃত
প্ৰকাণ্ড ~ সৰু, ক্ষুদ্ৰ

প্রকাশ = অপ্রকাশ, গোপন
প্ৰখ্যাত ~ অখ্যাত
প্ৰতিকূল ~ অনুকূল
প্ৰতিবাদ ~ সমৰ্থন
প্ৰত্যক্ষ ~ পৰোক্ষ
প্ৰবীন ~ নবীন

প্রেৰণা = নিৰুৎসাহ
প্ৰভু ~ ভৃত্য, চাকৰ
প্ৰৱেশ ~ প্ৰস্থান
প্ৰশংসা ~ নিন্দা

প্রশ্ন = উত্তৰ
প্ৰস্থান ~ আগমন
প্ৰাকৃত ~ বিকৃত
প্ৰাচীন ~ নবীন
প্ৰাচ্য ~ পাশ্চাত্য, প্ৰতীচ্য
প্ৰৌঢ় ~ অপ্ৰৌঢ়
প্ৰয়োজনীয় ~ অপ্ৰয়োজনীয়
প্ৰাচীন ~ আধুনিক

__________________ ___________________
বগা = লা

বহল = ঠেক

বলী ~ নিৰ্বলী

বন্ধু =  শত্ৰু

বন্ধুত্ব ~ শত্ৰুতা
বৰ্তমান ~ অবৰ্তমান
বন্ধ ~ মুক্ত
বন্ধন ~ মুক্তি
বাদী ~ বিবাদী
বাহিৰ ~ ভিতৰ
বিখ্যাত ~ অখ্যাত
বিদেশী ~ স্বদেশী

বিশ্বাসী = বিশ্বাসঘাতক
বিদ্বান ~ মূৰ্খ

বিদ্যা = অবিদ্যা

বিপদ = সম্পদ

বিনীত = উদ্ধত
বিফলতা ~ সফলতা
বিধি ~ অবিধি
বিনয় ~ উগ্ৰ, গৰ্ব, দুৰ্বিনয়

VIDYA UNNATI ACADEMY official Facebook page click here


বিৰহ ~ মিলন
বিৰাম ~ অবিৰাম
বিশ্বাস ~ অবিশ্বাস
বিস্তৃত ~ সংক্ষিপ্ত
বুকু ~ পিঠি
বৃহৎ ~ ক্ষুদ্ৰ
বৈচিত্ৰ্য ~ মিল, ঐক্য
বৈধ ~ অবৈধ
বৈসাদৃশ্য ~ সাদৃশ্য

__________________ ___________________
ভক্তি ~ অভক্তি
ভদ্ৰ ~ অভদ্ৰ
ভাই ~ ভনী
ভাল ~ বেয়া,

ভীৰু  = সাহসী
ভুল ~ শুদ্ধ
ভূত ~ ভৱিষ্যৎ
ভৈয়াম ~ পাহাৰ
ভোতা ~ জোঙা, চোকা

__________________ ___________________
মান ~ অপমান

মানুহ = দানৱ

মিতব্যয়ী = অমিতব্যয়ী, অপব্যয়ী

মিত্র = শক্র

মিছা ~ সচাঁ
মিঠা ~ তিতা
মিহি ~ খহটা
মিলন ~ বিচ্ছেদ

মী
মুকলি ~ বন্ধ

মুক্ত = বন্ধ
মুখ্য ~ গৌণ
মূৰ্খ ~ জ্ঞানী
মূল্যহীন ~ অমূল্য
মৃত ~ জীৱিত
মৌখিক ~ লিখিত

__________________ ___________________
যত্ন ~ অযত্ন
যশ ~ অপযশ
যোগ ~ বিয়োগ

__________________ ___________________
ৰজনী ~ প্ৰভাত
ৰজা ~ প্ৰজা

ৰোগী = নিৰোগী
ৰূপ ~ কুৰুপ, অৰূপ
ৰূপৱতী ~ কুৎসিত

__________________ ___________________
লঘু ~ গুৰু
লাভ ~ লোকচান
লেহেম ~ খৰ

__________________ ___________________
শকত ~ খীণ, চেৰেলা
শত্ৰু ~ মিত্ৰ
শয়ন ~ জাগ্ৰত
শান্ত ~ অশান্ত
শান্তি ~ অশান্তি
শিক্ষিত ~ অশিক্ষিত
শীতল ~ গৰম
শুক্ল ~ কৃষ্ণ

শুদ্ধ = অশুদ্ধ, ভুল
শুভ ~ অশুভ
শেষ ~ আৰম্ভ
শোক ~ আনন্দ, হৰ্ষ


How to download PDF Antonyms/ opposite words in assamese 

__________________ ___________________

সচাঁ = মিছা
সজ     -- অসজ
সজীৱ ~ নিৰ্জীৱ
সদাচাৰ ~ কদাচাৰ, কুআচাৰ
সদয় ~ নিৰ্দয়
সধৱা ~ বিধৱা
সন্মান ~ অসন্মান, অপমান
সন্তোষ -- অসন্তোষ
সন্ধি ~ বিগ্ৰহ, বিসন্ধি
সপক্ষ ~ বিপক্ষ
সপোন ~ দিঠক
সফলতা ~ বিফলতা
সমাপ্তি ~ আৰম্ভণি
সম্পদ ~ অসম্পদ, বিপদ

সশ্রম = বিনাশ্রম

সঞ্চয় = অপচয়
সম্ভৱ ~ অসম্ভৱ
সৰল ~ জটিল, কুটিল
সৰহ ~ কম
সৰু ~ বৰ
সস্তা ~ মহঙা

সমষ্টি = ব্য ষ্টি
সহযোগ ~ অসহযোগ

সহযোগী = প্রতিযোগি
সহযোগিতা ~ প্ৰতিযোগিতা
সাকাৰ ~ নিৰাকাৰ
সাধু ~ দুষ্ট
সাহসিকতা ~ ভীৰুতা
সুকৃতি ~ দুষ্কৃতি
সুখ  ~ দুখ
সুখী ~ দুখী

সুস্থ = অসুস্থ

সুখ্যাতি = অখ্যাতি
সুখ্যাত ~ কুখ্যাত
সুগম ~ দুৰ্গম

সুগন্ধ = দুৰ্গন্ধ

সুন্দৰ ~ কুৎসিত, আপচু
সুপুৰুষ ~ কুপুৰুষ
সুবিধা ~ অসুবিধা
সুযোগ ~ দুৰ্যোগ

সুলভ = দুৰ্ল্লভ
সুৰ ~ অসুৰ
সৃষ্টি ~ ধ্বংস, প্ৰলয়

সোঁ = বাঁও
সৌভাগ্য ~ দুৰ্ভাগ্য
স্বদেশী ~ বিদেশ
স্বৰ্গ ~ নৰক
স্বাৰ্থপৰ ~ নিস্বাৰ্থ
স্বাৰ্থ ~ নিস্বাৰ্থ, পৰাৰ্থ
স্বাধীন ~ পৰাধীন
স্থাৱৰ ~ অস্থাৱৰ
স্থায়ী ~ অস্থায়ী
স্থিৰ ~ অস্থিৰ, চঞ্চল

স্পষ্ট  = অস্পষ্ট
সৎ ~ অসৎ
সৎচৰিত্ৰ ~ কুচৰিত্ৰ

VIDYA UNNATI ACADEMY official website click here

সংযোগ ~ বিয়োগ, বিচ্ছিন্ন

সংহতি ~ বিভেদ, বিচ্ছিন্নতা

স্তুতি ~ নিন্দা

__________________ ___________________
হৰণ ~ পুৰণ
হৰা ~ জিকা
হৰ্ষ ~ বিষাদ

হঁহা = কান্দা
হাঁহি ~ কান্দোন
হিত ~ অহিত

হিংসা = অহিংসা, প্রেম
হ্ৰাস ~ বৃদ্ধি

__________________ ক্ষ __________________
ক্ষমা ~ প্ৰতিশোধ
ক্ষয় ~ অক্ষয়, বৃদ্ধি
ক্ষুদ্ৰ ~  বৃহত 

 বিপৰীত শব্দ   PDF Download কৰিবলৈ তলৰ  download bottom click কৰক ।

বিপৰীত শব্দ  PDF:-  Download 

    


Comments

Post a Comment

Thanks for the comment

Popular posts from this blog

Assamese grammar.সামৰ্থক শব্দ (প্ৰতিশব্দ).Synonyms In Assamese.How to improve assamese Grammar ‌

  সামৰ্থক শব্দ         ( প্ৰতিশব্দ ) অসমত   প্ৰতি বছৰেই অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীয়ে  ‌অসমীয়া বিষয়ৰ পৰীক্ষা দিব লাগে।       ব্যাকৰণত সামৰ্থক শব্দ অৰ্থ  উত্তৰ হিচাপে লিখিব লাগে । এই পেইজৰ জৰিয়তে ছাত্ৰ ছাত্ৰীয়ে সামৰ্থক শব্দৰ বিষয়ে জানিবলৈ সক্ষম হব । লগতে সামৰ্থক শব্দ অৰ্থ PDF Download কৰিব পাৰিব ।   তলত কিছুমান সামৰ্থক শব্দ অৰ্থ দিয়া হৈছে--            ------- অ---- অগ্নি :-  অনল,   জুই,   বহ্নি,   পাৱক,   হুতাশন।   অতি  : -  অত্যন্ত, অতিশয়, অধিক, খুব, পৰম। অনুৰাগ : -   আসক্তি, প্ৰেম। অন্ধকাৰ  : -  তমঃ, তিমিৰ, আন্ধাৰ, নিশি। অমৰাপুৰী  : -  স্বৰ্গ, দেৱলোক। অমৃত : -   সুধা, অমিয়, পীযুষ। অৰ্থ : -   ধন, বিভৱ, বৈভৱ, বিভূতি, টকা, পইচা,   সম্পদ, বিত্ত, ঐশ্বৰ্য। অলংকাৰ : -   আভৰণ, কানি-কাপোৰ। অসুৰ : -  দৈত্য, দানৱ, দেৱাৰি, ইন্দ্ৰাৰি,দিতিসুত, দেৱৰিপু। অসুখ:  অশান্তি, বেজাৰ, অসন্তোষ, অসুস্থতা।   ...

VIDYA UNNATI ACADEMY

VIDYA UNNATI ACADEMY is a best tuition center for your child. #We provides .. *Offiline and online coaching from class 6th to 10 standard (SEBA, CBSE)