Skip to main content

Assamese grammar.সামৰ্থক শব্দ (প্ৰতিশব্দ).Synonyms In Assamese.How to improve assamese Grammar ‌

 সামৰ্থকশব্দ        (প্ৰতিশব্দ)

অসমত  প্ৰতি বছৰেই অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীয়ে  ‌অসমীয়া বিষয়ৰ পৰীক্ষা দিব লাগে।
      ব্যাকৰণত সামৰ্থক শব্দ অৰ্থ  উত্তৰ হিচাপে লিখিব লাগে ।
এই পেইজৰ জৰিয়তে ছাত্ৰ ছাত্ৰীয়ে সামৰ্থক শব্দৰ বিষয়ে জানিবলৈ সক্ষম হব ।
লগতে সামৰ্থক শব্দ অৰ্থ PDF Download কৰিব পাৰিব ।
  তলত কিছুমান সামৰ্থক শব্দ অৰ্থ দিয়া হৈছে--

           -------অ----

অগ্নি:- অনল, জুই, বহ্নি, পাৱক, হুতাশন। 

অতি :অত্যন্ত, অতিশয়, অধিক, খুব, পৰম।
অনুৰাগ :- আসক্তি, প্ৰেম।
অন্ধকাৰ :- তমঃ, তিমিৰ, আন্ধাৰ, নিশি।
অমৰাপুৰী :- স্বৰ্গ, দেৱলোক।
অমৃত :- সুধা, অমিয়, পীযুষ।
অৰ্থ :- ধন, বিভৱ, বৈভৱ, বিভূতি, টকা, পইচা,   সম্পদ, বিত্ত, ঐশ্বৰ্য।
অলংকাৰ :- আভৰণ, কানি-কাপোৰ।
অসুৰ :দৈত্য, দানৱ, দেৱাৰি, ইন্দ্ৰাৰি,দিতিসুত, দেৱৰিপু।
অসুখ: অশান্তি, বেজাৰ, অসন্তোষ, অসুস্থতা।

                           ----আ---

আত্মীয় : কুটুম, আপোন, মানুহ, সম্বন্ধীয় মানুহ।

আনন্দ : ৰং, আমোদ, ধেমালি।
আভৰণ : অলংকাৰ, কানি-কাপোৰ।
আবেদন : দৰ্খাস্ত, প্ৰাৰ্থনা, নিৱেদন।
আৰাও : মাত, চিঞৰ, শব্দ।

আকাশ:-গগন, শূন্য, ব্যোম, অম্বৰ, নীলিমা।

                ----ই----

ইচ্ছা:- আকাঙক্ষা, অভিলাষ, অভিপ্রায়, কামনা, বাঞ্ছা, স্পৃহা, অনুৰাগ, প্রভু, পৰমেশ্বৰ ইত্যাদি ।

                ----ঈ----

ঈশ্বৰ:- ভগৱান, বিধি, বিধাতা, জগৎপতি, জগদীশ, ধাতা, ঈশ, পৰমেশ ,

           -- উ-----

উজু : সৰল, সহজ, ঢিলা।
উত্তম : উৎকৃষ্ট, ভাল, শ্ৰেষ্ঠ, সুন্দৰ, পৰম।
উভতি : উলটি।

            ----ঋ-----
ঋণ : কৰ্জ, দেনা, ধাৰ।

            ---ঐ---

ঐশ্বৰ্য্:-  বিভূতি, বিভৱ, ধন, সম্পত্তি, বৈভৱ, সম্পদ, ইত্যাদি।

          ----ক----

কপাল:- ললাট, ভাল, ভাগ্য, প্রাক্তন।   

কথা : উক্তি, বচন, বাক্য, ভাষণ, শব্দ।
কন্যা : দুহিতা, তনয়া, জীয়াৰী।
কম : তাকৰ, নগণ্য।
কৰুণ : কাতৰ, ব্যাকুল। 
কলংক : দাগ,
কাপোৰ : বস্ত্ৰ, অম্বৰ, বসন, বাস, অচ্ছাদন।
কাৰেং : ৰাজপ্ৰাসাদ; ৰজাৰ অট্টালিকা।
কিতাপ : পুস্তক, গ্ৰন্থ, পুথি।
কিৰণ : জেউতি, দীপ্তি, ৰশ্মি, বন্তি, পোহৰ।
কুশল : কল্যান, মঙ্গল, শুভ, সুখ, সমৃদ্ধি।
কুসুম : পুষ্প, ফুল, কুঞ্জ।
কেৰাহি : বেকাঁ দৃষ্টি,
কেৰাহী : লোহৰা,
কেৰু : কেয়ুৰ, থুৰীয়া।

        ----গ----

গছ : বৃক্ষ, মহীৰুহ, বিটপী, শাখী, পাদপ, ডৰু,  দ্ৰুম, অগম, নগ, বিটপ, ক্ষিতিজ l
গধূলি : গধূলা, সন্ধিয়া, সন্ধ্যা, দিন-ৰাতিৰ  সন্ধি।
গাখীৰ : ক্ষীৰ, দধী।
গীত : গান, স্বৰ।
গৃহস্থ : সংসাৰী, বিবাহিত, বিষয়ী, পৰিণীত।

                   ----ঘ----

ঘৰঃ- গৃহ, ভৱন, আবাস, আলয়, নিলয়।

SEBA Previous year questions paper download 

ঘাট : নৈ, উপকূল।

ঘাঁহ : তৃণ, বন, হাবি।
ঘিউ : ঘৃত, হবিস, সৰ্পি, অমৃত, আয়ু, হোম।
ঘোঁৰা : অশ্ব, হয়, তুৰঙ্গ ।

      ----চ----
চৰা : উচ্চ, বৰ্ধিত।
চৰাই : পক্ষী, বিহগ, বিহংগ, চিৰিকতি,   বিহংগম, খেচৰ, খগ, দ্বিজ।
চাকৰ : দাস, ভৃত্য, বন্দী।
চাৰু : উত্তম, সুন্দৰ, মিহি, নিমজ, ধুনীয়া, শুৱনি।
চিকুণ : মিহি, সুন্দৰ, উত্তম, পুষ্ট।
চিনেমা : চলচিত্ৰ, বোলছবি, কথা
চিন্তো : ভাবোঁ।

চকু:- অক্ষি, নয়ন, নেত্র, চক্ষু, আঁখি।

চন্দ্র:-জোন, জোনবাই, চন্দ্রমা, নিশাপতি, নিশাকৰ, সুধাকৰ , সুধাংশু,   সিতাংশু, শশধৰ, শশাংক

       ----ছ----
ছাল : চৰ্ম, চামৰা, ত্বক, বাকলি।
ছিদ্ৰ: বিন্ধা, ফুটা, জলঙা l

        ----জ----
জন্ম : উৎপত্তি, জনন, জনম, উদ্ভৱ, অৱিৰ্ভাৱ।
জলক : দীপ্তি, চকমকীয়া পোহৰ।
জড় : অচেতন, জীৱনহীন।
জিভা : জিহ্বা, ৰসনা।
জীৱিত : জীয়া, প্ৰাণযুক্ত, প্ৰাণৱন্ত, জীৱন্ত।
জোন : জোনবাই, চন্দ্ৰ।

         ----ত----

তপ্ত : গৰম, উত্তাপ ।
তৰংগ : উৰ্মি, ঢৌ, লহৰ, হিল্লোল।
তেজ: ৰক্ত, শোণিত, ৰুধিৰ।
ত্যাগ : পৰিহাৰ, বৰ্জন, বিসৰ্জন, পৰিত্যাগ।

       ----দ----
ক্ষিণা : বৰঙণি, দান, অৰিহণা।
দৰিয়া : সাগৰ, নদী।
দাহ : পোৰণি, দহন, শোক, সন্তাপ।থ
দুখ : বেদনা, বেজাৰ, মনৰ কষ্ট।
দেৱতা : সুৰ, অমৰ, দেৱ, ত্ৰিদশ, দানবাৰি l

                ----ধ----
ধন: অৰ্থ, ঐশ্বৰ্য, টকা, পইচা, বিত, বিত্ত,
বিভৱ,সম্পদ, লক্ষ্মী, সম্পত্তি।
ধনী : চহকী, আঢ্যৱন্ত।
ধৱল : বগা, শুক্ল, শ্বেত, ধৱল।

ধুনীয়া : সুন্দৰ, শুৱনী, সুশ্ৰী, ধুন-মৰা।
ধাম : পবিত্ৰ ঠাই, দেৱতা আৱাস।

             ----ন----

নদী:-নৈ, তটিনী, তৰংগিণী, প্রবাহিনী, সৰিৎ, স্ৰোতস্বিনী ।
নাবালক : কম বয়সৰ ল'ৰা, কিশোৰ।
নাৰী : অংগনা, অবলা, বনিতা, কামিনী,
  মহিলা, স্ত্ৰী, ৰমনী, অৱলা, তিৰোতা।

দিন:- দিবা, দিৱস ।

নিগাজী : স্থায়ী, বহুদিন ধৰি, চিৰকলীয়া,   যুগমীয়া।
নিশা : ৰজনী, ৰাতি, নিশি।
নিঃশব্দ: নিৰ, নীৰৱ, নিস্তব্ধ, নিমাওমাও।

              ----প----


পতি : অধীশ্বৰ, কৰ্তা, কান্ত, নাথ, প্ৰভু, দৰা,
  তৰ্তা, স্বামী, গৰাকী, মৰদ, গিৰিহঁত।
পত্নী : ঘৈণী, তিৰোতা, জয়া, সহধৰ্মিণী,
   স্ত্ৰী,গৃহিনী, তিৰী।

পদুম:- উৎপল, কমল, শতদল, শতপত্র, পংকজ, সৰসিজ, অৰবিন্দ, নলিন, নলিনী, নিৰজ।

পৃথিৱী:- ধৰা, ধৰিত্ৰী, বসুন্ধৰা, বসুমতী, বসুধা, ধৰণী, মহী, মেদিনী , ক্ষিতি, অৱনী।

পদ : ভৰি, চৰণ, পাৱ, ঠেং, পাদ।
পদূলি : চোতাল,
পদুম ফুল : অৰবিন্দ, উৎপল, কমল, কোকনদ,তামৰস, নলিন, নলিনী,
 পদ্ম, পুণ্ডৰীক, পংকজ, শতদল,  সৰোজ।
পণ্ডিত : জ্ঞানী, বিদ্বান, প্ৰাজ্ঞ, মনীষী, বিজ্ঞ, সুধী।
পৰ্বত : অগ, অচল, অৱনীধৰ, আদ্ৰ, গিৰি,   ভূধৰ,মহীধৰ, ধৰণীধৰ, অদ্ৰি, শিখৰী, নাগ, শৃংগী,  শৈল, অদ্ৰি।
পহু : মৃগ, কুৰঙ্গ, হৰিণ, শাৰংগ, কুৰংগম।
পানী : জল, অপ, বাৰি, প্ৰাণ।
পিৰীতি : প্ৰেম, মৰম।
পীড়া : ব্যাধি, ৰোগ, কষ্ট, বেদনা, যন্ত্ৰণা।
পুথি : পুস্তক, গ্ৰন্থ, কিতাপ।
পূৰ্বতে : আদিতে, আগতে।
প্ৰয়াস : পুৰুষাৰ্থ, চেষ্টা, যন্ত।
প্ৰাচীন : পুৰণি, পুৰাতন, বহুদিনীয়া।
প্ৰিয় : মৰমৰ, চেনেহৰ, সাদৰৰ।

               ----ব----
বন : জংগল, হাবি, অৰণ্য।
বতাহ : বায়ু, পৱন, অনিল, সমিৰ, মৰুৎ, বাত।
বন্ধু : বান্ধৱ, মিত্ৰ, মিতা, সুহৃদ, প্ৰিয়, মিতিৰ, ইষ্ট, সখি, সখা।
বধ : হত্যা, হনন, মাৰণ, নাশ।
বাট : পথ, ৰাস্তা, মাৰ্গ, আলিবাট।
বাৰি : পানী, জল।
বাৰিধি : সাগৰ, l
বিখ্যাত : প্ৰখ্যাত, প্ৰসিদ্ধ, জনাজাত।
বিটপী : বিৰিখ, গছ l
বৃত্তি : জীৱিকা, ব্যৱসায়।
বেছি : সৰহ, অধিক।
ব্যথা : দুখ, বেদনা।

        ----ভ----
ভৰি : পদ, চৰণ, ঠেং।
ভাত : সিজোৱা চাউল, অন্ন, আহাৰ।
ভৃত : চাকৰ, দাস, লগুৱা, বনকৰা মানুহ।

       ----ম----

মেঘ:-জলদ, জলধৰ, ডাৱৰ, অম্বুদ, নীৰদ, বাৰিদ।

Read also:-why celebrate SARASWATI puja assam?

মন্দিৰ : দেৱালয়, দ'ল, মঠ, দেৱাল।
মহিমা : মাহাত্ম্য, প্ৰতাপ, গৌৰৱ।
মণ্ডিত : অলংকৃত, বিভূষিত।
মাছ : মৎস্য, মীন, অণ্ডজ, মূক, কণ্টকী, মচ্ছ।
মাটি : মৃত্তিকা, মৃৎ, ক্ষিতি, মৃত্তি
মিত্ৰ : বন্ধু, বান্ধৱ, সখি, সুহৃদ, সহচৰ,
         
লগৰীয়া
মুখ : বদন, আনন, আস্য।
মৃত্যু : মৰণ, প্ৰলয়, অন্ত, নাশ, নিধন, পঞ্চত্ব,
         পৰলোক গমন, দীৰ্ঘনিদ্ৰা, অবসান,অস্ত,
         নিপাত, বিলয়, বিনাশ, লয়, তিৰোভাব,
         পৰলোক গমন, দেহত্যাগ, স্বৰ্গ গমন।
মেঘ : ডাৱৰ, বাদল, জলধৰ ঘন, জলধ,
         নীৰদ, বাৰীদ, অমুদ, জীমুত।

          ----য----
যম : যমৰাজ, কৃত্যন্ত, অন্তক, শমন, কাল,  দণ্ডধৰ, দণ্ডপাণি, ধৰ্ম, ধৰ্মৰাজ,  বৈবস্বত,মহিষধ্বজ, হৰি, কংক,  জমহিষবাহন।
যত্ন : চেষ্টা, উদ্যোগ, পৰিশ্ৰম, শুশ্ৰুষা l

          ----ৰ----
ৰ'দ : আতাপ, ৰ'দালি, কিৰণ।
ৰহম : দয়া।

 জা :- ক্ষিতিপাল, ভূপতি, মহীপতি , ক্ষিতীশ, ক্ষিতিপতি, নৰপাল, নৰপতি, নৰেশ্বৰ , নৃপতি।

ৰবি : সূৰ্য্য।

ৰাতি:-নিশা, ৰজনী, যামিনী , ক্ষমা, ক্ষণদা, ত্রিযামা।
ৰাগি: খং, ক্ৰোধ, কোপ।
ৰাতি : নিশা, ৰজনী, তমসা, নিশি-নিশীথ,
     বিভাৱৰী,যামিনী, শৰ্বৰী।
ৰোগ : ব্যাধি, বেমাৰ, নৰীয়া, অসুখ।

             ----ল----
লাঠী : লাখুটি, টোকোন, টাঙোন।
লেখীয়া : নিচিনা, দৰে।

                   ----শ----
শত্ৰু : অৰি ।

Republic day summary in assamese 

শেষ : অন্ত, অৱসান, ওৰ, সমাপ্তি, বাকী, বিনাশ, মৃত্যু, অৱশিষ্ট, সমাপ্ত, অন্তিম।

            ----স----

সমীৰ : অনিল, বতাহ, বায়ু, পৱন, সমীৰণ,
 প্ৰভঞ্জন, বাত, মৰুৎ, মাৰুৎ, গন্ধবহ।
সঞ্চাৰ : তলা; সঁচাৰ।
সাউদ : মুদৈ, বেপাৰী, সদাগৰ।
সাগৰ : জলধি, জলধৰ, ৰত্নাকৰ, সমুদ্ৰ,
 পাৰাবাৰ, পৰিধি, অম্বুধি, পয়োধি,
  অৰ্ণৱ, জলনিধি।
সামৰণি : সমাপণ, অন্ত।
সুঘ্ৰাণ : ভাল গোন্ধ, মলমলনি।
সুচল : সুবিধা, ভাল উপায়, সহায়, উজু, সহজ।

সূৰ্য : ৰবি, বেলি, ভাস্কৰ, তপন, দিবাকৰ, ভানু,  অৰুণ।
সোণ : হেম, কনক, হিৰণ্য, কাঞ্জণ, স্বৰ্গ।
স্থান : ঠাই, বাস, বাসস্থান, ঘৰ।
স্নিগ্ধ : কোমল, মসৃণ, শীতল, চেঁচা।
স্বৰ্গ : স্ব, নাক, ত্ৰিদিব, ত্ৰিদশালয়, দেৱলোক,  দেৱলোক, সুৰলোক, দ্যো, দিব।
স্বৰ্ণ : সোণ, কাঞ্চন, হেম, l

              ----হ----

হৰিষ : হৰ্ষ, হৰষ, আনন্দ।

হাতী:-হস্তীকৰী, গজ, মাতঙ্গ, দ্বিপ, কুঞ্জৰ, ঐৰাৱত
হাট : বজাৰ।
হাত : হস্ত, কৰ, ভূজ, পাণি।
হিয়া : হৃদয়, বুকু, অন্তৰ।
হৃদয়: বুকু, অন্তৰ, মন।
হোজা : সৰল ।
হ্ৰদ : সৰোবৰ, সৰসী, পুষ্কৰ্ণী।

   সামৰ্থক শব্দ অৰ্থ PDF Download কৰিবলৈ তলৰ  download bottom click কৰক ।

সামৰ্থক শব্দ অৰ্থ PDF:- DOWNLOAD 

Comments

Popular posts from this blog

অসমীয়া বিপৰীত শব্দ (Antonyms/Opposite Words In Assamese).why Assamese grammar is important for Assamese medium students?

  VIDYA UNNATI ACADEMY বিপৰীত শব্দ ( Antonyms/Opposite Words In Assamese) অসমত   প্ৰতি বছৰেই অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীয়ে  ‌অসমীয়া বিষয়ৰ পৰীক্ষা দিব লাগে।       ব্যাকৰণত বিপৰীত  শব্দ  উত্তৰ হিচাপে লিখিব লাগে । এই পেইজৰ জৰিয়তে ছাত্ৰ- ছাত্ৰীয়ে  বিপৰীত শব্দ বিষয়ে জানিবলৈ সক্ষম হব । লগতে বিপৰীত  শব্দৰ PDF Download কৰিব পাৰিব ।   তলত কিছুমান বিপৰীত  শব্দ  দিয়া হৈছে-- __________________ অ __________________ অন্তৰ = বাহিৰ অসীম = সসীম অন্ধ = দৃষ্টিসম্পন্ন অকৃতজ্ঞ = কৃতজ্ঞ অগভীৰ ~ গভীৰ অগ্ৰগতি ~ পশ্চাৎগতি অচল ~ সচল অণু ~ বৃহৎ অতিবৃষ্টি ~ অনাবৃষ্টি অধম ~ উত্তম অধিকাৰ ~ অনাধিকাৰ অধীন ~ স্বাধীন অতিবৃষ্টি ~ অনাবৃষ্টি অনভ্যাস ~ অভ্যাস অনুকূল ~ প্ৰতিকূল অনুগ্ৰহ ~ নিগ্ৰহ SEBA Old question paper download click here অনুচিত ~ উচিত অনুৰাগ ~ বিৰাগ অপমান ~ মান অবৈধ ~ বৈধ অৰ্বাচীন ~ প্ৰাচীন অভাৱ ~ উভৈনদী অভিজ্ঞ ~ অনভিজ্ঞ অভ্যাস ~ অনভ্যাস অমৃত ~ বিষ, গৰল অলপ ~ বেছি অসতী ~ সতী অসভ্য ~   সভ্য...

VIDYA UNNATI ACADEMY

VIDYA UNNATI ACADEMY is a best tuition center for your child. #We provides .. *Offiline and online coaching from class 6th to 10 standard (SEBA, CBSE)