Skip to main content

Assamese grammar.সামৰ্থক শব্দ (প্ৰতিশব্দ).Synonyms In Assamese.How to improve assamese Grammar ‌

 সামৰ্থকশব্দ        (প্ৰতিশব্দ)

অসমত  প্ৰতি বছৰেই অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীয়ে  ‌অসমীয়া বিষয়ৰ পৰীক্ষা দিব লাগে।
      ব্যাকৰণত সামৰ্থক শব্দ অৰ্থ  উত্তৰ হিচাপে লিখিব লাগে ।
এই পেইজৰ জৰিয়তে ছাত্ৰ ছাত্ৰীয়ে সামৰ্থক শব্দৰ বিষয়ে জানিবলৈ সক্ষম হব ।
লগতে সামৰ্থক শব্দ অৰ্থ PDF Download কৰিব পাৰিব ।
  তলত কিছুমান সামৰ্থক শব্দ অৰ্থ দিয়া হৈছে--

           -------অ----

অগ্নি:- অনল, জুই, বহ্নি, পাৱক, হুতাশন। 

অতি :অত্যন্ত, অতিশয়, অধিক, খুব, পৰম।
অনুৰাগ :- আসক্তি, প্ৰেম।
অন্ধকাৰ :- তমঃ, তিমিৰ, আন্ধাৰ, নিশি।
অমৰাপুৰী :- স্বৰ্গ, দেৱলোক।
অমৃত :- সুধা, অমিয়, পীযুষ।
অৰ্থ :- ধন, বিভৱ, বৈভৱ, বিভূতি, টকা, পইচা,   সম্পদ, বিত্ত, ঐশ্বৰ্য।
অলংকাৰ :- আভৰণ, কানি-কাপোৰ।
অসুৰ :দৈত্য, দানৱ, দেৱাৰি, ইন্দ্ৰাৰি,দিতিসুত, দেৱৰিপু।
অসুখ: অশান্তি, বেজাৰ, অসন্তোষ, অসুস্থতা।

                           ----আ---

আত্মীয় : কুটুম, আপোন, মানুহ, সম্বন্ধীয় মানুহ।

আনন্দ : ৰং, আমোদ, ধেমালি।
আভৰণ : অলংকাৰ, কানি-কাপোৰ।
আবেদন : দৰ্খাস্ত, প্ৰাৰ্থনা, নিৱেদন।
আৰাও : মাত, চিঞৰ, শব্দ।

আকাশ:-গগন, শূন্য, ব্যোম, অম্বৰ, নীলিমা।

                ----ই----

ইচ্ছা:- আকাঙক্ষা, অভিলাষ, অভিপ্রায়, কামনা, বাঞ্ছা, স্পৃহা, অনুৰাগ, প্রভু, পৰমেশ্বৰ ইত্যাদি ।

                ----ঈ----

ঈশ্বৰ:- ভগৱান, বিধি, বিধাতা, জগৎপতি, জগদীশ, ধাতা, ঈশ, পৰমেশ ,

           -- উ-----

উজু : সৰল, সহজ, ঢিলা।
উত্তম : উৎকৃষ্ট, ভাল, শ্ৰেষ্ঠ, সুন্দৰ, পৰম।
উভতি : উলটি।

            ----ঋ-----
ঋণ : কৰ্জ, দেনা, ধাৰ।

            ---ঐ---

ঐশ্বৰ্য্:-  বিভূতি, বিভৱ, ধন, সম্পত্তি, বৈভৱ, সম্পদ, ইত্যাদি।

          ----ক----

কপাল:- ললাট, ভাল, ভাগ্য, প্রাক্তন।   

কথা : উক্তি, বচন, বাক্য, ভাষণ, শব্দ।
কন্যা : দুহিতা, তনয়া, জীয়াৰী।
কম : তাকৰ, নগণ্য।
কৰুণ : কাতৰ, ব্যাকুল। 
কলংক : দাগ,
কাপোৰ : বস্ত্ৰ, অম্বৰ, বসন, বাস, অচ্ছাদন।
কাৰেং : ৰাজপ্ৰাসাদ; ৰজাৰ অট্টালিকা।
কিতাপ : পুস্তক, গ্ৰন্থ, পুথি।
কিৰণ : জেউতি, দীপ্তি, ৰশ্মি, বন্তি, পোহৰ।
কুশল : কল্যান, মঙ্গল, শুভ, সুখ, সমৃদ্ধি।
কুসুম : পুষ্প, ফুল, কুঞ্জ।
কেৰাহি : বেকাঁ দৃষ্টি,
কেৰাহী : লোহৰা,
কেৰু : কেয়ুৰ, থুৰীয়া।

        ----গ----

গছ : বৃক্ষ, মহীৰুহ, বিটপী, শাখী, পাদপ, ডৰু,  দ্ৰুম, অগম, নগ, বিটপ, ক্ষিতিজ l
গধূলি : গধূলা, সন্ধিয়া, সন্ধ্যা, দিন-ৰাতিৰ  সন্ধি।
গাখীৰ : ক্ষীৰ, দধী।
গীত : গান, স্বৰ।
গৃহস্থ : সংসাৰী, বিবাহিত, বিষয়ী, পৰিণীত।

                   ----ঘ----

ঘৰঃ- গৃহ, ভৱন, আবাস, আলয়, নিলয়।

SEBA Previous year questions paper download 

ঘাট : নৈ, উপকূল।

ঘাঁহ : তৃণ, বন, হাবি।
ঘিউ : ঘৃত, হবিস, সৰ্পি, অমৃত, আয়ু, হোম।
ঘোঁৰা : অশ্ব, হয়, তুৰঙ্গ ।

      ----চ----
চৰা : উচ্চ, বৰ্ধিত।
চৰাই : পক্ষী, বিহগ, বিহংগ, চিৰিকতি,   বিহংগম, খেচৰ, খগ, দ্বিজ।
চাকৰ : দাস, ভৃত্য, বন্দী।
চাৰু : উত্তম, সুন্দৰ, মিহি, নিমজ, ধুনীয়া, শুৱনি।
চিকুণ : মিহি, সুন্দৰ, উত্তম, পুষ্ট।
চিনেমা : চলচিত্ৰ, বোলছবি, কথা
চিন্তো : ভাবোঁ।

চকু:- অক্ষি, নয়ন, নেত্র, চক্ষু, আঁখি।

চন্দ্র:-জোন, জোনবাই, চন্দ্রমা, নিশাপতি, নিশাকৰ, সুধাকৰ , সুধাংশু,   সিতাংশু, শশধৰ, শশাংক

       ----ছ----
ছাল : চৰ্ম, চামৰা, ত্বক, বাকলি।
ছিদ্ৰ: বিন্ধা, ফুটা, জলঙা l

        ----জ----
জন্ম : উৎপত্তি, জনন, জনম, উদ্ভৱ, অৱিৰ্ভাৱ।
জলক : দীপ্তি, চকমকীয়া পোহৰ।
জড় : অচেতন, জীৱনহীন।
জিভা : জিহ্বা, ৰসনা।
জীৱিত : জীয়া, প্ৰাণযুক্ত, প্ৰাণৱন্ত, জীৱন্ত।
জোন : জোনবাই, চন্দ্ৰ।

         ----ত----

তপ্ত : গৰম, উত্তাপ ।
তৰংগ : উৰ্মি, ঢৌ, লহৰ, হিল্লোল।
তেজ: ৰক্ত, শোণিত, ৰুধিৰ।
ত্যাগ : পৰিহাৰ, বৰ্জন, বিসৰ্জন, পৰিত্যাগ।

       ----দ----
ক্ষিণা : বৰঙণি, দান, অৰিহণা।
দৰিয়া : সাগৰ, নদী।
দাহ : পোৰণি, দহন, শোক, সন্তাপ।থ
দুখ : বেদনা, বেজাৰ, মনৰ কষ্ট।
দেৱতা : সুৰ, অমৰ, দেৱ, ত্ৰিদশ, দানবাৰি l

                ----ধ----
ধন: অৰ্থ, ঐশ্বৰ্য, টকা, পইচা, বিত, বিত্ত,
বিভৱ,সম্পদ, লক্ষ্মী, সম্পত্তি।
ধনী : চহকী, আঢ্যৱন্ত।
ধৱল : বগা, শুক্ল, শ্বেত, ধৱল।

ধুনীয়া : সুন্দৰ, শুৱনী, সুশ্ৰী, ধুন-মৰা।
ধাম : পবিত্ৰ ঠাই, দেৱতা আৱাস।

             ----ন----

নদী:-নৈ, তটিনী, তৰংগিণী, প্রবাহিনী, সৰিৎ, স্ৰোতস্বিনী ।
নাবালক : কম বয়সৰ ল'ৰা, কিশোৰ।
নাৰী : অংগনা, অবলা, বনিতা, কামিনী,
  মহিলা, স্ত্ৰী, ৰমনী, অৱলা, তিৰোতা।

দিন:- দিবা, দিৱস ।

নিগাজী : স্থায়ী, বহুদিন ধৰি, চিৰকলীয়া,   যুগমীয়া।
নিশা : ৰজনী, ৰাতি, নিশি।
নিঃশব্দ: নিৰ, নীৰৱ, নিস্তব্ধ, নিমাওমাও।

              ----প----


পতি : অধীশ্বৰ, কৰ্তা, কান্ত, নাথ, প্ৰভু, দৰা,
  তৰ্তা, স্বামী, গৰাকী, মৰদ, গিৰিহঁত।
পত্নী : ঘৈণী, তিৰোতা, জয়া, সহধৰ্মিণী,
   স্ত্ৰী,গৃহিনী, তিৰী।

পদুম:- উৎপল, কমল, শতদল, শতপত্র, পংকজ, সৰসিজ, অৰবিন্দ, নলিন, নলিনী, নিৰজ।

পৃথিৱী:- ধৰা, ধৰিত্ৰী, বসুন্ধৰা, বসুমতী, বসুধা, ধৰণী, মহী, মেদিনী , ক্ষিতি, অৱনী।

পদ : ভৰি, চৰণ, পাৱ, ঠেং, পাদ।
পদূলি : চোতাল,
পদুম ফুল : অৰবিন্দ, উৎপল, কমল, কোকনদ,তামৰস, নলিন, নলিনী,
 পদ্ম, পুণ্ডৰীক, পংকজ, শতদল,  সৰোজ।
পণ্ডিত : জ্ঞানী, বিদ্বান, প্ৰাজ্ঞ, মনীষী, বিজ্ঞ, সুধী।
পৰ্বত : অগ, অচল, অৱনীধৰ, আদ্ৰ, গিৰি,   ভূধৰ,মহীধৰ, ধৰণীধৰ, অদ্ৰি, শিখৰী, নাগ, শৃংগী,  শৈল, অদ্ৰি।
পহু : মৃগ, কুৰঙ্গ, হৰিণ, শাৰংগ, কুৰংগম।
পানী : জল, অপ, বাৰি, প্ৰাণ।
পিৰীতি : প্ৰেম, মৰম।
পীড়া : ব্যাধি, ৰোগ, কষ্ট, বেদনা, যন্ত্ৰণা।
পুথি : পুস্তক, গ্ৰন্থ, কিতাপ।
পূৰ্বতে : আদিতে, আগতে।
প্ৰয়াস : পুৰুষাৰ্থ, চেষ্টা, যন্ত।
প্ৰাচীন : পুৰণি, পুৰাতন, বহুদিনীয়া।
প্ৰিয় : মৰমৰ, চেনেহৰ, সাদৰৰ।

               ----ব----
বন : জংগল, হাবি, অৰণ্য।
বতাহ : বায়ু, পৱন, অনিল, সমিৰ, মৰুৎ, বাত।
বন্ধু : বান্ধৱ, মিত্ৰ, মিতা, সুহৃদ, প্ৰিয়, মিতিৰ, ইষ্ট, সখি, সখা।
বধ : হত্যা, হনন, মাৰণ, নাশ।
বাট : পথ, ৰাস্তা, মাৰ্গ, আলিবাট।
বাৰি : পানী, জল।
বাৰিধি : সাগৰ, l
বিখ্যাত : প্ৰখ্যাত, প্ৰসিদ্ধ, জনাজাত।
বিটপী : বিৰিখ, গছ l
বৃত্তি : জীৱিকা, ব্যৱসায়।
বেছি : সৰহ, অধিক।
ব্যথা : দুখ, বেদনা।

        ----ভ----
ভৰি : পদ, চৰণ, ঠেং।
ভাত : সিজোৱা চাউল, অন্ন, আহাৰ।
ভৃত : চাকৰ, দাস, লগুৱা, বনকৰা মানুহ।

       ----ম----

মেঘ:-জলদ, জলধৰ, ডাৱৰ, অম্বুদ, নীৰদ, বাৰিদ।

Read also:-why celebrate SARASWATI puja assam?

মন্দিৰ : দেৱালয়, দ'ল, মঠ, দেৱাল।
মহিমা : মাহাত্ম্য, প্ৰতাপ, গৌৰৱ।
মণ্ডিত : অলংকৃত, বিভূষিত।
মাছ : মৎস্য, মীন, অণ্ডজ, মূক, কণ্টকী, মচ্ছ।
মাটি : মৃত্তিকা, মৃৎ, ক্ষিতি, মৃত্তি
মিত্ৰ : বন্ধু, বান্ধৱ, সখি, সুহৃদ, সহচৰ,
         
লগৰীয়া
মুখ : বদন, আনন, আস্য।
মৃত্যু : মৰণ, প্ৰলয়, অন্ত, নাশ, নিধন, পঞ্চত্ব,
         পৰলোক গমন, দীৰ্ঘনিদ্ৰা, অবসান,অস্ত,
         নিপাত, বিলয়, বিনাশ, লয়, তিৰোভাব,
         পৰলোক গমন, দেহত্যাগ, স্বৰ্গ গমন।
মেঘ : ডাৱৰ, বাদল, জলধৰ ঘন, জলধ,
         নীৰদ, বাৰীদ, অমুদ, জীমুত।

          ----য----
যম : যমৰাজ, কৃত্যন্ত, অন্তক, শমন, কাল,  দণ্ডধৰ, দণ্ডপাণি, ধৰ্ম, ধৰ্মৰাজ,  বৈবস্বত,মহিষধ্বজ, হৰি, কংক,  জমহিষবাহন।
যত্ন : চেষ্টা, উদ্যোগ, পৰিশ্ৰম, শুশ্ৰুষা l

          ----ৰ----
ৰ'দ : আতাপ, ৰ'দালি, কিৰণ।
ৰহম : দয়া।

 জা :- ক্ষিতিপাল, ভূপতি, মহীপতি , ক্ষিতীশ, ক্ষিতিপতি, নৰপাল, নৰপতি, নৰেশ্বৰ , নৃপতি।

ৰবি : সূৰ্য্য।

ৰাতি:-নিশা, ৰজনী, যামিনী , ক্ষমা, ক্ষণদা, ত্রিযামা।
ৰাগি: খং, ক্ৰোধ, কোপ।
ৰাতি : নিশা, ৰজনী, তমসা, নিশি-নিশীথ,
     বিভাৱৰী,যামিনী, শৰ্বৰী।
ৰোগ : ব্যাধি, বেমাৰ, নৰীয়া, অসুখ।

             ----ল----
লাঠী : লাখুটি, টোকোন, টাঙোন।
লেখীয়া : নিচিনা, দৰে।

                   ----শ----
শত্ৰু : অৰি ।

Republic day summary in assamese 

শেষ : অন্ত, অৱসান, ওৰ, সমাপ্তি, বাকী, বিনাশ, মৃত্যু, অৱশিষ্ট, সমাপ্ত, অন্তিম।

            ----স----

সমীৰ : অনিল, বতাহ, বায়ু, পৱন, সমীৰণ,
 প্ৰভঞ্জন, বাত, মৰুৎ, মাৰুৎ, গন্ধবহ।
সঞ্চাৰ : তলা; সঁচাৰ।
সাউদ : মুদৈ, বেপাৰী, সদাগৰ।
সাগৰ : জলধি, জলধৰ, ৰত্নাকৰ, সমুদ্ৰ,
 পাৰাবাৰ, পৰিধি, অম্বুধি, পয়োধি,
  অৰ্ণৱ, জলনিধি।
সামৰণি : সমাপণ, অন্ত।
সুঘ্ৰাণ : ভাল গোন্ধ, মলমলনি।
সুচল : সুবিধা, ভাল উপায়, সহায়, উজু, সহজ।

সূৰ্য : ৰবি, বেলি, ভাস্কৰ, তপন, দিবাকৰ, ভানু,  অৰুণ।
সোণ : হেম, কনক, হিৰণ্য, কাঞ্জণ, স্বৰ্গ।
স্থান : ঠাই, বাস, বাসস্থান, ঘৰ।
স্নিগ্ধ : কোমল, মসৃণ, শীতল, চেঁচা।
স্বৰ্গ : স্ব, নাক, ত্ৰিদিব, ত্ৰিদশালয়, দেৱলোক,  দেৱলোক, সুৰলোক, দ্যো, দিব।
স্বৰ্ণ : সোণ, কাঞ্চন, হেম, l

              ----হ----

হৰিষ : হৰ্ষ, হৰষ, আনন্দ।

হাতী:-হস্তীকৰী, গজ, মাতঙ্গ, দ্বিপ, কুঞ্জৰ, ঐৰাৱত
হাট : বজাৰ।
হাত : হস্ত, কৰ, ভূজ, পাণি।
হিয়া : হৃদয়, বুকু, অন্তৰ।
হৃদয়: বুকু, অন্তৰ, মন।
হোজা : সৰল ।
হ্ৰদ : সৰোবৰ, সৰসী, পুষ্কৰ্ণী।

   সামৰ্থক শব্দ অৰ্থ PDF Download কৰিবলৈ তলৰ  download bottom click কৰক ।

সামৰ্থক শব্দ অৰ্থ PDF:- DOWNLOAD 

Comments

Popular posts from this blog

HSLC |SEBA| Science Lesson-6 Life Process Most Important MCQ| Questions and Answers Class X

    VIDYA UNNATI ACADEMY HSLC |SEBA|  Science Lesson-6 Life Process Most Important MCQ| Questions and Answers Class X   দশম শ্ৰেণীৰ   বিজ্ঞান কিতাপৰ অধ্যায়   ৬ :- জীৱন প্ৰক্ৰিয়া উক্ত পাঠৰ কিছুমান  গুৰুত্বপূৰ্ণ  MCQ । প্ৰশ্ন উত্তৰ   সৈতে  দিয়া হৈছে । এইটো page ৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকলকে   উক্ত পাঠৰ অতি চমু   প্রশ্নৰ     উত্তৰ জানিবলৈ সক্ষম হব ।   প্ৰ 1. স্বপোষীয় পৰিপুষ্টিত প্ৰয়োজন হয়      A) সূৰ্যৰ পোহৰ      B) কাৰ্বন ডাই অক্সাইড আৰু        পানী      C) পত্ৰহৰিৎ      D). ওপৰৰ আটাইকেইটাই উত্তৰ :-     D). ওপৰৰ আটাইকেইটাই প্ৰ 2.আমি কিহৰ ওপৰত বিত্তি কৰি কোনো এটা জীৱ মৃত নে জীৱিত তাক ঠাৱৰ কৰো ?     A). চলনৰ     B) অস্থানৰ     C) অচলনৰ     D) A আৰু B দুয়োটাই উত্তৰ :- A). চলনৰ ...

Class 11 Alternative English | Chapter 1 Suitor and Papa | by Anton Chekhov| Summary Suitor and Papa

Class 11 Alternative English | Chapter 1 Suitor and Papa | by Anton Chekhov| Summary Suitor and Papa Today our topic is on the suitor and papa summary, class 11 Alternative English book Seasons notes AHSEC Assam Board, and questions and answers. The Suitor and Papa story was written by Anton Chekov. In this chapter, the suitor and papa are included in the class 11 chinar alternative book of AHSEC. Here you get ncert solutions, important questions, comprehension, reference to the context, and textual question answers. The suitor and papa notes Suitor and Papa summary The 'Suitor and Papa' is the story of a young man Pyotr Petrovich Milkin who spent the whole day with Nastya, one of Kondrashkin's daughters. Seeing this most people thought that Milkin and Nastya would be sure to marry. Milkin's friends started asking him for a stag party(a party was attended only by a man) because they had come to know that Milkin was getting married. But Milkin was not serious about get...