Skip to main content

Money and Banking System|| Social Science Lesson-1 Most Important MCQ For |HSLC|SEBA| Questions and Answers Class X

 

         VIDYA UNNATI ACADEMY

Social Science part -3.2 Lesson-1 Most Important MCQ| Questions and Answers for  Class X.
     দশম শ্ৰেণীৰ সমাজ বিজ্ঞান কিতাপৰ তৃতীয় খণ্ড অৰ্থনীতি বিজ্ঞানৰ
প্ৰথম অধ্যায় :- মুদ্ৰা আৰু বেংক ব্যৱস্থা
উক্ত পাঠৰ কিছুমান  গুৰুত্বপূৰ্ণ  MCQ । প্ৰশ্নোত্তৰ  সৈতে  দিয়া হৈছে ।

1.মূদ্ৰা হৈছে-----



ANSWER= (A) বিনিময়ৰ মাধ্যম হিচাপে যাৰ সাধাৰণ গ্ৰহণযোগ্যতা আছে।

 

2. বেংক সমূহৰ মুৰব্বী বেংক হ’ল—



ANSWER= (B) ৰিজাৰ্ভ বেংক অব্ ইণ্ডিয়া ।

 

3. বাণিজ্যিক বেংকৰ সঞ্চয় কেই প্রকাৰ ?



ANSWER= (A)তিনি প্ৰকাৰ ।

 

4. ৰিক্স বেংক স্থাপিত হৈছিল—



ANSWER= (A)১৬৫৬ চনত ।

 

5.মুদ্ৰাৰ এটা প্ৰধান কাৰ্য হৈছে—



ANSWER= (A)মুদ্ৰাই মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰিব লাগে ।

 

6. বিহিত মুদ্ৰা কেই প্ৰকাৰৰ--



ANSWER= (A)দুই প্ৰকাৰ ।

 

7. ভাৰতবৰ্ষত স্থাপন হোৱা প্ৰথমটো বেংকৰ নাম হৈছে--



ANSWER= (B)বেংক অব্ হিন্দুস্তান ।

 

8. ভাৰতীয় ৰিজাৰ্ভ বেংকৰ আন এটা নাম হৈছে----



ANSWER= (A)কেন্দ্ৰীয় বেংক ।

 

Read Also :-ভাৰতীয় গণতন্ত্ৰ প্ৰশ্নোত্তৰ

9. তলৰ কোনটো বেংকৰ কাগজী মুদ্ৰা ছপা কৰাৰ একচেটিয়া অধিকাৰ আছে—



ANSWER= (B) ৰিজাৰ্ভ বেংকৰ ।

 

10.কেন্দ্ৰীয় বেংক হ’ল দেশৰ বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ ৰক্ষক। উক্তিটো ---



ANSWER= (A) শুদ্ধ ।

 

11.বহল অৰ্থত মুদ্ৰা দুই প্ৰকাৰৰ – প্ৰকৃত মুদ্ৰা আৰু—-------



ANSWER= (B) হিচাপ-নিকাচৰ মুদ্ৰা ।

 

12.ভাৰতীয় কেন্দ্ৰীয় বেংক কোন চনত স্থাপিত হৈছিল?



ANSWER= (A) ১৯৩৫ চনত ।

 

13. মূল্যৰ ভাণ্ডাৰৰ অভাৱ হৈছে ---



ANSWER= (B) বিনিময় প্ৰথাৰ এটা অসুবিধা ।

 

14. মুদ্ৰাৰ বিভাজনীয়তা আছে আনহাতে বিনিময় প্ৰথাৰ বিভাজনীয়তা নাই । উক্তিটো------



ANSWER= (A) শুদ্ধ ।

 

Read  Also:- বিপৰীত শব্দ  List of (Antonyms/Opposite Words In Assamese)



15. NABARD ৰ সম্পূৰ্ণ ৰূপটো হৈছে—-



ANSWER= (A) National Bank for Agriculture and Rural Development

Comments

Popular posts from this blog

Class 11 Alternative English | Chapter 1 Suitor and Papa | by Anton Chekhov| Summary Suitor and Papa

Class 11 Alternative English | Chapter 1 Suitor and Papa | by Anton Chekhov| Summary Suitor and Papa Today our topic is on the suitor and papa summary, class 11 Alternative English book Seasons notes AHSEC Assam Board, and questions and answers. The Suitor and Papa story was written by Anton Chekov. In this chapter, the suitor and papa are included in the class 11 chinar alternative book of AHSEC. Here you get ncert solutions, important questions, comprehension, reference to the context, and textual question answers. The suitor and papa notes Suitor and Papa summary The 'Suitor and Papa' is the story of a young man Pyotr Petrovich Milkin who spent the whole day with Nastya, one of Kondrashkin's daughters. Seeing this most people thought that Milkin and Nastya would be sure to marry. Milkin's friends started asking him for a stag party(a party was attended only by a man) because they had come to know that Milkin was getting married. But Milkin was not serious about get...

HSLC |SEBA| Science Lesson-6 Life Process Most Important MCQ| Questions and Answers Class X

    VIDYA UNNATI ACADEMY HSLC |SEBA|  Science Lesson-6 Life Process Most Important MCQ| Questions and Answers Class X   দশম শ্ৰেণীৰ   বিজ্ঞান কিতাপৰ অধ্যায়   ৬ :- জীৱন প্ৰক্ৰিয়া উক্ত পাঠৰ কিছুমান  গুৰুত্বপূৰ্ণ  MCQ । প্ৰশ্ন উত্তৰ   সৈতে  দিয়া হৈছে । এইটো page ৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকলকে   উক্ত পাঠৰ অতি চমু   প্রশ্নৰ     উত্তৰ জানিবলৈ সক্ষম হব ।   প্ৰ 1. স্বপোষীয় পৰিপুষ্টিত প্ৰয়োজন হয়      A) সূৰ্যৰ পোহৰ      B) কাৰ্বন ডাই অক্সাইড আৰু        পানী      C) পত্ৰহৰিৎ      D). ওপৰৰ আটাইকেইটাই উত্তৰ :-     D). ওপৰৰ আটাইকেইটাই প্ৰ 2.আমি কিহৰ ওপৰত বিত্তি কৰি কোনো এটা জীৱ মৃত নে জীৱিত তাক ঠাৱৰ কৰো ?     A). চলনৰ     B) অস্থানৰ     C) অচলনৰ     D) A আৰু B দুয়োটাই উত্তৰ :- A). চলনৰ ...

Assamese grammar.সামৰ্থক শব্দ (প্ৰতিশব্দ).Synonyms In Assamese.How to improve assamese Grammar ‌

  সামৰ্থক শব্দ         ( প্ৰতিশব্দ ) অসমত   প্ৰতি বছৰেই অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীয়ে  ‌অসমীয়া বিষয়ৰ পৰীক্ষা দিব লাগে।       ব্যাকৰণত সামৰ্থক শব্দ অৰ্থ  উত্তৰ হিচাপে লিখিব লাগে । এই পেইজৰ জৰিয়তে ছাত্ৰ ছাত্ৰীয়ে সামৰ্থক শব্দৰ বিষয়ে জানিবলৈ সক্ষম হব । লগতে সামৰ্থক শব্দ অৰ্থ PDF Download কৰিব পাৰিব ।   তলত কিছুমান সামৰ্থক শব্দ অৰ্থ দিয়া হৈছে--            ------- অ---- অগ্নি :-  অনল,   জুই,   বহ্নি,   পাৱক,   হুতাশন।   অতি  : -  অত্যন্ত, অতিশয়, অধিক, খুব, পৰম। অনুৰাগ : -   আসক্তি, প্ৰেম। অন্ধকাৰ  : -  তমঃ, তিমিৰ, আন্ধাৰ, নিশি। অমৰাপুৰী  : -  স্বৰ্গ, দেৱলোক। অমৃত : -   সুধা, অমিয়, পীযুষ। অৰ্থ : -   ধন, বিভৱ, বৈভৱ, বিভূতি, টকা, পইচা,   সম্পদ, বিত্ত, ঐশ্বৰ্য। অলংকাৰ : -   আভৰণ, কানি-কাপোৰ। অসুৰ : -  দৈত্য, দানৱ, দেৱাৰি, ইন্দ্ৰাৰি,দিতিসুত, দেৱৰিপু। অসুখ:  অশান্তি, বেজাৰ, অসন্তোষ, অসুস্থতা।   ...