Money and Banking System|| Social Science Lesson-1 Most Important MCQ For |HSLC|SEBA| Questions and Answers Class X
VIDYA UNNATI ACADEMY Social Science part -3.2 Lesson-1 Most Important MCQ| Questions and Answers for Class X. দশম শ্ৰেণীৰ সমাজ বিজ্ঞান কিতাপৰ তৃতীয় খণ্ড অৰ্থনীতি বিজ্ঞানৰ প্ৰথম অধ্যায় :- মুদ্ৰা আৰু বেংক ব্যৱস্থা উক্ত পাঠৰ কিছুমান গুৰুত্বপূৰ্ণ MCQ । প্ৰশ্নোত্তৰ সৈতে দিয়া হৈছে । 1.মূদ্ৰা হৈছে----- A) বিনিময়ৰ মাধ্যম হিচাপে যাৰ সাধাৰণ গ্ৰহণযোগ্যতা আছে। B) বিনিময়ৰ মাধ্যম হিচাপে যাৰ সাধাৰণ গ্ৰহণযোগ্যতা নাই। ANSWER= (A) বিনিময়ৰ মাধ্যম হিচাপে যাৰ সাধাৰণ গ্ৰহণযোগ্যতা আছে। Check Answer 2. বেংক সমূহৰ মুৰব্বী বেংক হ’ল— A)ষ্টেট বেংক অব্ ইণ্ডিয়া B) ৰিজাৰ্ভ বেংক অব্ ইণ্ডিয়া ANSWER= (B) ৰিজাৰ্ভ বেংক অব্ ইণ্ডিয়া । Check Answer 3. বাণিজ্যিক বেংকৰ সঞ্চয় কেই প্রকাৰ ? A)তিনি প্ৰকাৰ B) দুই প্ৰকাৰ ANSWER= (A)তিনি প্ৰকাৰ । ...