Republic day in India 2021. 72nd Republic day Assamese summary. গণতন্ত্ৰ দিৱস ২০২১। 👉 _আজি ২০২১ চনৰ জানুৱাৰী মাহৰ ২৬ তাৰিখ, মঙলবাৰ। বছৰটোৰ ষষ্ঠবিংশতিতম দিন। বছৰটো শেষ হ'বলৈ আৰু ৩৩৯ দিন বাকী। অসমীয়া লেখেৰে ১৯৪২ শকৰ মাঘৰ ১২ তাৰিখ।_ 💐 _*সুপ্ৰভাত জনাই সকলোকে ৭২ তম্ "গণৰাজ্য দিৱস" ৰ শুভেচ্ছা জনালোঁ*_ 💐 ✍ _আজি গণৰাজ্য দিৱস 🇮🇳। Government of India Act(1935) আঁতৰাই ১৯৫০ চনৰ আজিৰ দিনটোত ভাৰতৰ সংবিধান কাৰ্যকৰী কৰা হয়।_ _আজি (২৬ জানুৱাৰী) এই দিনটোতে পালন কৰা হয় গণৰাজ্য অৰ্থাৎ গণতন্ত্ৰ দিৱস ৷ গতিকে আজি গণতন্ত্ৰৰ বিষয়ে কিছু কথা জানি থওঁ আহক-_ ১.✒বিশ্বৰ সৰ্ববৃহৎ সংবিধান হিচাপে চিহ্নিত আমাৰ ভাৰতীয় সংবিধান৷ ২.✒সংবিধানৰ গণ্ডিৰে আমি ভাৰতীয় গনতন্ত্ৰ ৰাষ্ট্ৰৰ একো একোজন নাগৰিক আৰু আমাৰ দ্বাৰাই নিৰ্বাচিত তথা পৰিচালিত এই ৰাষ্ট্ৰ৷ ৩.✒_সংবিধানে আমাক স্বাধীনতাৰ বাট মুকলি কৰে, সংবিধানে আমাক জীয়াই থকাৰ প্ৰেৰণা দিয়ে, সংবিধানে আমাৰ সমাজ ব্যৱস্থাৰৰ কু-সংস্কাৰৰ পৰা মুক্ত কৰে৷ ৪.✒ভাৰতীয় সংবিধান ভাৰতীয় প্ৰজাতন্ত্ৰৰ সৰ্বোচ্চ আইন। এই সংবিধানত চৰকাৰৰ গঠন, কাৰ্যপদ্ধতি, ক্ষমতা আৰু কৰ্তব...
This blog is educational blog. In this blog you have a lots about education and class 6 to 12 of all subjects all problem are solve in this blog. General knowledge, Information, Question paper, Questions And Answers etc. you get in this blog