Skip to main content

অসমীয়া বিপৰীত শব্দ (Antonyms/Opposite Words In Assamese).why Assamese grammar is important for Assamese medium students?

 

VIDYA UNNATI ACADEMY

বিপৰীত শব্দ (Antonyms/Opposite Words In Assamese)


অসমত  প্ৰতি বছৰেই অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীয়ে  ‌অসমীয়া বিষয়ৰ পৰীক্ষা দিব লাগে।
      ব্যাকৰণত বিপৰীত  শব্দ  উত্তৰ হিচাপে লিখিব লাগে ।
এই পেইজৰ জৰিয়তে ছাত্ৰ- ছাত্ৰীয়ে  বিপৰীত শব্দ বিষয়ে জানিবলৈ সক্ষম হব ।
লগতে বিপৰীত  শব্দৰ PDF Download কৰিব পাৰিব ।
  তলত কিছুমান বিপৰীত  শব্দ  দিয়া হৈছে--


__________________ __________________

অন্তৰ = বাহিৰ

অসীম = সসীম

অন্ধ = দৃষ্টিসম্পন্ন

অকৃতজ্ঞ = কৃতজ্ঞ
অগভীৰ ~ গভীৰ
অগ্ৰগতি ~ পশ্চাৎগতি
অচল ~ সচল
অণু ~ বৃহৎ
অতিবৃষ্টি ~ অনাবৃষ্টি
অধম ~ উত্তম
অধিকাৰ ~ অনাধিকাৰ
অধীন ~ স্বাধীন
অতিবৃষ্টি ~ অনাবৃষ্টি
অনভ্যাস ~ অভ্যাস
অনুকূল ~ প্ৰতিকূল
অনুগ্ৰহ ~ নিগ্ৰহ
SEBA Old question paper download click here

অনুচিত ~ উচিত

অনুৰাগ ~ বিৰাগ
অপমান ~ মান
অবৈধ ~ বৈধ
অৰ্বাচীন ~ প্ৰাচীন
অভাৱ ~ উভৈনদী
অভিজ্ঞ ~ অনভিজ্ঞ
অভ্যাস ~ অনভ্যাস
অমৃত ~ বিষ, গৰল
অলপ ~ বেছি
অসতী ~ সতী
অসভ্য ~ সভ্য
অসহায় ~ সহায়
অসাধু ~ সাধু
অসুস্থ ~ সুস্থ
অস্বাভাৱিক ~ স্বাভাৱিক
অহংকাৰ ~ নিৰহংকাৰী
অক্ষম ~ সক্ষম

__________________ _________________

আচলত = নকল

আগ = গুৰি, পাছ

আগমন = প্রত্যাগমন

আইনসংগ ~ বে-আইনী
আকৰ্ষণ ~ বিকৰ্ষণ
আকাশ ~ পাতাল

আচামী ~ ফৰিয়াদী

আচাৰ ~ অনাচাৰ
আঢ্যৱন্ত ~ দৰিদ্ৰ
আদৰ ~ অনাদৰ
আদান ~ প্ৰদান
আদি ~ অন্ত, অনাদি
আধুনিক ~ পুৰণি
আনন্দ ~ বিষাদ, নিৰানন্দ
আন্ধাৰ ~ পোহৰ
আপদ ~ নিৰাপদ
আপোন ~ পৰ
আৰম্ভ ~ শেষ
আৰোহন ~ অৱৰোহন
আৱাহন ~ বিসৰ্জন
আৰ্ৱিভাৱ ~ তিৰোভাৱ, অন্তৰ্ধান
আশা ~ নিৰাশা
আশীৰ্বাদ ~ অভিশাপ
আস্তিক ~ নাস্তিক
আয় ~ ব্যয়
আয়তী ~ বিধৱা
আঁতৰ ~ ওচৰ

How To download Antonyms/Opposite Words In Assamese

__________________ ___________________
ইচ্ছা = অনিচ্ছা
ইহলোক = পৰলোক
ইষ্ট = অনিষ্ট

__________________ ___________________
উক্ত = অনুক্ত

উৰ্দ্ধ = অধঃ

উচিত = অনুচিত
উচ্চ = নীচ
উচ্ছৃঙ্খল = সুশৃঙ্খল
উজনি = নামনি
উজু = টান, জটিল
উত্তৰ = প্ৰশ্ন
উত্তম ~ নৰমঅধম
উত্তমৰ্ণ = অধমৰ্ণ
উত্থান = পতন
উদয় ~ অস্ত
উদাৰ ~ সংকীৰ্ণ
উদ্গতি ~ অৱনতি
উদং ~ ভৰ্তি
উন্নতি ~ অৱনতি
উন্মুক্ত ~ অৱৰুদ্ধ
উপকাৰ ~ অপকাৰ
উপযুক্ত ~ অনুপযুক্ত
Get more Pdf like this join our Telegram channel click here

উপযোগী ~ অনুপযোগী
উপস্থিত ~ অনুপস্থিত
উৰ্বৰ ~ অনুৰ্বৰ
উৎকৃষ্ট ~ নিকৃষ্ট
উৎসাহ ~ নিৰুৎসাহ

__________________ __________________
এতিয়া = তেতিয়া
__________________ __________________
ঐক্য = অনৈক্য

__________________ __________________
ওখ = চাপৰ
ওপৰ = তল
ওপৰত = তলত

__________________ _________________
ক'লা = বগা
ককাইদেউ ~ বাইদেউ
কঠিন ~ উজু, সহজ
কঠোৰ ~ কোমল
কনিষ্ঠ ~ জ্যেষ্ঠ
কন্দা = হহাঁ
কপটীয়া = উদাৰ
কাতৰ ~ অকাতৰ
কুটিল ~ সৰল, উদাৰ
কেঁচা ~ পকা
কৃতকাৰ্য ~ অকৃতকাৰ্য
কৃতজ্ঞ ~ অকৃতজ্ঞ
কৃত্ৰিম ~ স্বাভাৱিক, অকৃত্ৰিম
কৃপণ ~ খৰচী, ধোঁলাখুলীয়া
কৃশ ~ স্থূল
কোমল ~ টান
ক্ৰন্দন ~ হাঁহি

__________________  ___________________

খাল = বাম
খাদ্য ~ অখাদ্য
খালী ~ ভৰ্তি
খোৱা ~ নোখোৱা

__________________  ___________________

গভীৰ = তৰং,অগভীৰ

গৃহস্থী = সন্ন্যাসী

গুণী = নি গুৰ্ণী

গধুৰ ~ পাতল
গধূলি ~ পুৱা
গৰম ~ শীত
গৰিমল ~ মিল
গৰিষ্ঠ ~ লঘিষ্ঠ
গহীন ~ পাতল
গুচৰীয়া ~ আচামী
গুণ ~ দোষ
গুপন ~ প্ৰকাশ
গুপ্ত ~ প্ৰকাশ্য
গুৰু ~ শিষ্য
গ্ৰহণ ~ ত্যাগ, বৰ্জন

__________________  ___________________
ঘন ~ পাতল

ঘৰচীয়া = বনৰীয়া

__________________  ___________________
চল = অচল

চৰম = নৰম

চহকী ~ দৰিদ্ৰ
চৰিত্ৰৱন্ত -- চৰিত্ৰহীন
চৰিত্ৰহীন ~ চৰিত্ৰৱান
চেতন ~ জড়, অচেতন
চুটি ~ দীঘল
চোৰ ~ সাধু

__________________ ___________________
জমা = খৰচ

জাগৰণ = নিদ্ৰা

জোখ = বিজোখ, অজোখ

জটিল ~ সৰল
জপা ~ মেলা
জন্ম ~ মৃত্যু
জয় ~ পৰাজয়
জাৰ ~ জহ
জীৱন ~ মৃত্যু, মৰণ
জুটি ~ বিজুটি
জ্যেষ্ঠ ~ কনিষ্ঠ
জয় ~ পৰাজয়
জঁয় ~ সতেজ
জ্ঞাত ~ অজ্ঞাত
জ্ঞান ~ অজ্ঞানড়
জ্ঞানী ~ মূৰ্খ

Read also:-Republic day In india

__________________ ___________________
টান ~ উজু, ঢিলা 
টেঙৰ ~ সৰল

__________________ ___________________
ঠেক ~ বহল
__________________ ___________________
ডেকা = বুঢ়া

ডাঠ = পাতল

ডাঙৰ ~ সৰু
__________________ ___________________
ঢিলা ~ কঠিন

__________________ ___________________
তপত ~ চেঁচা, ঠাণ্ডা

তেতিয়া = এতিয়া
তল ~ ওপৰ
তাকৰ ~ সৰহ
তিৰস্কাৰ ~ পুৰস্কাৰ
তেজী ~ লেহেম
ত্যাগ ~ গ্ৰহণ
ত্ৰুটী ~ ত্ৰুটীহীন

_________________ ___________________
দ' ~ বাম
দণ্ড ~ মুক্তি
দয়ালু ~ নিৰ্দয়
দাতা ~ গ্ৰহীতা
দিঠক ~ সপোন
দিন ~ ৰাতি
দীঘল ~ চুটি  WWW.VIDYAUNNATIACADEMY.COM

দীৰ্ঘ = হ্ৰস্ব

দুখীয়া ~ ধনী
দুৰ্বল ~ সবল
দুৰ্বলী ~ ক্ষমতাসম্পন্ন
দূৰ ~ ওচৰ
দৃষ্টিহীন ~ দৃষ্টিক্ষম
দেনা ~ পাওনা
দেৱতা ~ দৈত্য, দানৱ
দেৱত্ব ~ পশুত্ব
দেশ ~ বিদেশ
দেশপ্ৰেম ~ দেশদ্ৰোহী
দেশহিতৈষীতা ~ দেশদ্ৰোহীতা
দেশী ~ বিদেশী
দোষ ~ গুণ, নিৰ্দোষ

 দ্ৰুত ~ মন্থৰ

__________________ ___________________
ধনৱন্ত ~ দৰিদ্ৰ, ধনহীন
ধনী ~ দুখীয়া
ধৰ্ম ~ অধৰ্ম
ধৈৰ্য ~ অধৈৰ্য
ধ্বংস ~ নিৰ্মাণ

__________________ ___________________
ন ~ পুৰণি
নতুন ~ পুৰণি
নবীন ~ প্ৰবী
নম্ৰতা ~ উগ্ৰতা
নিকৃষ্ট ~ উৎকৃষ্ট
নিন্দা ~ প্ৰশংসা, স্তুতি

নিৰ্দোষী = দোষী
নিদ্ৰা ~ জাগ্ৰত, অনিদ্ৰা, জাগৰণ

নিৰাপদ = বিপদজনক

নিৰাকাৰ = সাকাৰ

নিৰ্ভীক = ভীৰু  

নিৰ্ভুল ~ ভুল
নিম্নোক্ত ~ উপৰোক্ত
নিষ্কৰ্মা ~ কৰ্মী
নিৰস ~ সৰস
নিৰাশা ~ আশা
নিৰানন্দ ~ আনন্দ
নিৰ্মল ~ মলিন
নিলগত ~ ওচৰত
নিশা ~ দিবা
নিষ্ঠুৰ ~ দয়ালু
নিস্তব্ধতা ~ হাহাকাৰ
নিয়ম ~ অনিয়ম
নীতিপৰায়ণ ~ অনীতিপৰায়ণ
নেদেখা ~ দেখা
ন্যায় ~ অন্যায়

__________________ ___________________


পণ্ডিত ~ মূৰ্খ
পৰনিৰ্ভৰশীল ~ আত্মনিৰ্ভৰশীল
পৰিমিত ~ অপৰিমিত
পৰিশ্ৰমী ~ এলেহুৱা

পৰিষ্কাৰ = অপৰিষ্কাৰ,  লেতেৰা
পৰোক্ষ ~ প্ৰত্যক্ষ
পৱিত্ৰ ~ অপৱিত্ৰ
পাপ ~ পুণ্য
পাহাৰ ~ সমতল
পাতল ~ ঘন, ডাঠ, গধুৰ
পাৰ্থক্য ~ মিল
১০০০তকৈ অধিক সামৰ্থক শব্দ জানক click here

পুণ্য ~ পাপ

পুৱা = গধূলী, সন্ধ্যা
পুৰণি ~ নতুন
পুৰুষ ~ মহিলা
পূব ~ পশ্চিম

পুৰষ্কাৰ = তিৰস্কাৰ
পোহৰ ~ আন্ধাৰ
প্ৰচুৰ ~ অলপীয়া, অপ্ৰচুৰ
প্ৰকৃত ~ অপ্ৰকৃত
প্ৰকাণ্ড ~ সৰু, ক্ষুদ্ৰ

প্রকাশ = অপ্রকাশ, গোপন
প্ৰখ্যাত ~ অখ্যাত
প্ৰতিকূল ~ অনুকূল
প্ৰতিবাদ ~ সমৰ্থন
প্ৰত্যক্ষ ~ পৰোক্ষ
প্ৰবীন ~ নবীন

প্রেৰণা = নিৰুৎসাহ
প্ৰভু ~ ভৃত্য, চাকৰ
প্ৰৱেশ ~ প্ৰস্থান
প্ৰশংসা ~ নিন্দা

প্রশ্ন = উত্তৰ
প্ৰস্থান ~ আগমন
প্ৰাকৃত ~ বিকৃত
প্ৰাচীন ~ নবীন
প্ৰাচ্য ~ পাশ্চাত্য, প্ৰতীচ্য
প্ৰৌঢ় ~ অপ্ৰৌঢ়
প্ৰয়োজনীয় ~ অপ্ৰয়োজনীয়
প্ৰাচীন ~ আধুনিক

__________________ ___________________
বগা = লা

বহল = ঠেক

বলী ~ নিৰ্বলী

বন্ধু =  শত্ৰু

বন্ধুত্ব ~ শত্ৰুতা
বৰ্তমান ~ অবৰ্তমান
বন্ধ ~ মুক্ত
বন্ধন ~ মুক্তি
বাদী ~ বিবাদী
বাহিৰ ~ ভিতৰ
বিখ্যাত ~ অখ্যাত
বিদেশী ~ স্বদেশী

বিশ্বাসী = বিশ্বাসঘাতক
বিদ্বান ~ মূৰ্খ

বিদ্যা = অবিদ্যা

বিপদ = সম্পদ

বিনীত = উদ্ধত
বিফলতা ~ সফলতা
বিধি ~ অবিধি
বিনয় ~ উগ্ৰ, গৰ্ব, দুৰ্বিনয়

VIDYA UNNATI ACADEMY official Facebook page click here


বিৰহ ~ মিলন
বিৰাম ~ অবিৰাম
বিশ্বাস ~ অবিশ্বাস
বিস্তৃত ~ সংক্ষিপ্ত
বুকু ~ পিঠি
বৃহৎ ~ ক্ষুদ্ৰ
বৈচিত্ৰ্য ~ মিল, ঐক্য
বৈধ ~ অবৈধ
বৈসাদৃশ্য ~ সাদৃশ্য

__________________ ___________________
ভক্তি ~ অভক্তি
ভদ্ৰ ~ অভদ্ৰ
ভাই ~ ভনী
ভাল ~ বেয়া,

ভীৰু  = সাহসী
ভুল ~ শুদ্ধ
ভূত ~ ভৱিষ্যৎ
ভৈয়াম ~ পাহাৰ
ভোতা ~ জোঙা, চোকা

__________________ ___________________
মান ~ অপমান

মানুহ = দানৱ

মিতব্যয়ী = অমিতব্যয়ী, অপব্যয়ী

মিত্র = শক্র

মিছা ~ সচাঁ
মিঠা ~ তিতা
মিহি ~ খহটা
মিলন ~ বিচ্ছেদ

মী
মুকলি ~ বন্ধ

মুক্ত = বন্ধ
মুখ্য ~ গৌণ
মূৰ্খ ~ জ্ঞানী
মূল্যহীন ~ অমূল্য
মৃত ~ জীৱিত
মৌখিক ~ লিখিত

__________________ ___________________
যত্ন ~ অযত্ন
যশ ~ অপযশ
যোগ ~ বিয়োগ

__________________ ___________________
ৰজনী ~ প্ৰভাত
ৰজা ~ প্ৰজা

ৰোগী = নিৰোগী
ৰূপ ~ কুৰুপ, অৰূপ
ৰূপৱতী ~ কুৎসিত

__________________ ___________________
লঘু ~ গুৰু
লাভ ~ লোকচান
লেহেম ~ খৰ

__________________ ___________________
শকত ~ খীণ, চেৰেলা
শত্ৰু ~ মিত্ৰ
শয়ন ~ জাগ্ৰত
শান্ত ~ অশান্ত
শান্তি ~ অশান্তি
শিক্ষিত ~ অশিক্ষিত
শীতল ~ গৰম
শুক্ল ~ কৃষ্ণ

শুদ্ধ = অশুদ্ধ, ভুল
শুভ ~ অশুভ
শেষ ~ আৰম্ভ
শোক ~ আনন্দ, হৰ্ষ


How to download PDF Antonyms/ opposite words in assamese 

__________________ ___________________

সচাঁ = মিছা
সজ     -- অসজ
সজীৱ ~ নিৰ্জীৱ
সদাচাৰ ~ কদাচাৰ, কুআচাৰ
সদয় ~ নিৰ্দয়
সধৱা ~ বিধৱা
সন্মান ~ অসন্মান, অপমান
সন্তোষ -- অসন্তোষ
সন্ধি ~ বিগ্ৰহ, বিসন্ধি
সপক্ষ ~ বিপক্ষ
সপোন ~ দিঠক
সফলতা ~ বিফলতা
সমাপ্তি ~ আৰম্ভণি
সম্পদ ~ অসম্পদ, বিপদ

সশ্রম = বিনাশ্রম

সঞ্চয় = অপচয়
সম্ভৱ ~ অসম্ভৱ
সৰল ~ জটিল, কুটিল
সৰহ ~ কম
সৰু ~ বৰ
সস্তা ~ মহঙা

সমষ্টি = ব্য ষ্টি
সহযোগ ~ অসহযোগ

সহযোগী = প্রতিযোগি
সহযোগিতা ~ প্ৰতিযোগিতা
সাকাৰ ~ নিৰাকাৰ
সাধু ~ দুষ্ট
সাহসিকতা ~ ভীৰুতা
সুকৃতি ~ দুষ্কৃতি
সুখ  ~ দুখ
সুখী ~ দুখী

সুস্থ = অসুস্থ

সুখ্যাতি = অখ্যাতি
সুখ্যাত ~ কুখ্যাত
সুগম ~ দুৰ্গম

সুগন্ধ = দুৰ্গন্ধ

সুন্দৰ ~ কুৎসিত, আপচু
সুপুৰুষ ~ কুপুৰুষ
সুবিধা ~ অসুবিধা
সুযোগ ~ দুৰ্যোগ

সুলভ = দুৰ্ল্লভ
সুৰ ~ অসুৰ
সৃষ্টি ~ ধ্বংস, প্ৰলয়

সোঁ = বাঁও
সৌভাগ্য ~ দুৰ্ভাগ্য
স্বদেশী ~ বিদেশ
স্বৰ্গ ~ নৰক
স্বাৰ্থপৰ ~ নিস্বাৰ্থ
স্বাৰ্থ ~ নিস্বাৰ্থ, পৰাৰ্থ
স্বাধীন ~ পৰাধীন
স্থাৱৰ ~ অস্থাৱৰ
স্থায়ী ~ অস্থায়ী
স্থিৰ ~ অস্থিৰ, চঞ্চল

স্পষ্ট  = অস্পষ্ট
সৎ ~ অসৎ
সৎচৰিত্ৰ ~ কুচৰিত্ৰ

VIDYA UNNATI ACADEMY official website click here

সংযোগ ~ বিয়োগ, বিচ্ছিন্ন

সংহতি ~ বিভেদ, বিচ্ছিন্নতা

স্তুতি ~ নিন্দা

__________________ ___________________
হৰণ ~ পুৰণ
হৰা ~ জিকা
হৰ্ষ ~ বিষাদ

হঁহা = কান্দা
হাঁহি ~ কান্দোন
হিত ~ অহিত

হিংসা = অহিংসা, প্রেম
হ্ৰাস ~ বৃদ্ধি

__________________ ক্ষ __________________
ক্ষমা ~ প্ৰতিশোধ
ক্ষয় ~ অক্ষয়, বৃদ্ধি
ক্ষুদ্ৰ ~  বৃহত 

 বিপৰীত শব্দ   PDF Download কৰিবলৈ তলৰ  download bottom click কৰক ।

বিপৰীত শব্দ  PDF:-  Download 

    


Comments

Post a Comment

Thanks for the comment

Popular posts from this blog

HSLC |SEBA| Science Lesson-6 Life Process Most Important MCQ| Questions and Answers Class X

    VIDYA UNNATI ACADEMY HSLC |SEBA|  Science Lesson-6 Life Process Most Important MCQ| Questions and Answers Class X   দশম শ্ৰেণীৰ   বিজ্ঞান কিতাপৰ অধ্যায়   ৬ :- জীৱন প্ৰক্ৰিয়া উক্ত পাঠৰ কিছুমান  গুৰুত্বপূৰ্ণ  MCQ । প্ৰশ্ন উত্তৰ   সৈতে  দিয়া হৈছে । এইটো page ৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকলকে   উক্ত পাঠৰ অতি চমু   প্রশ্নৰ     উত্তৰ জানিবলৈ সক্ষম হব ।   প্ৰ 1. স্বপোষীয় পৰিপুষ্টিত প্ৰয়োজন হয়      A) সূৰ্যৰ পোহৰ      B) কাৰ্বন ডাই অক্সাইড আৰু        পানী      C) পত্ৰহৰিৎ      D). ওপৰৰ আটাইকেইটাই উত্তৰ :-     D). ওপৰৰ আটাইকেইটাই প্ৰ 2.আমি কিহৰ ওপৰত বিত্তি কৰি কোনো এটা জীৱ মৃত নে জীৱিত তাক ঠাৱৰ কৰো ?     A). চলনৰ     B) অস্থানৰ     C) অচলনৰ     D) A আৰু B দুয়োটাই উত্তৰ :- A). চলনৰ ...

Class 11 Alternative English | Chapter 1 Suitor and Papa | by Anton Chekhov| Summary Suitor and Papa

Class 11 Alternative English | Chapter 1 Suitor and Papa | by Anton Chekhov| Summary Suitor and Papa Today our topic is on the suitor and papa summary, class 11 Alternative English book Seasons notes AHSEC Assam Board, and questions and answers. The Suitor and Papa story was written by Anton Chekov. In this chapter, the suitor and papa are included in the class 11 chinar alternative book of AHSEC. Here you get ncert solutions, important questions, comprehension, reference to the context, and textual question answers. The suitor and papa notes Suitor and Papa summary The 'Suitor and Papa' is the story of a young man Pyotr Petrovich Milkin who spent the whole day with Nastya, one of Kondrashkin's daughters. Seeing this most people thought that Milkin and Nastya would be sure to marry. Milkin's friends started asking him for a stag party(a party was attended only by a man) because they had come to know that Milkin was getting married. But Milkin was not serious about get...

Assamese grammar.সামৰ্থক শব্দ (প্ৰতিশব্দ).Synonyms In Assamese.How to improve assamese Grammar ‌

  সামৰ্থক শব্দ         ( প্ৰতিশব্দ ) অসমত   প্ৰতি বছৰেই অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীয়ে  ‌অসমীয়া বিষয়ৰ পৰীক্ষা দিব লাগে।       ব্যাকৰণত সামৰ্থক শব্দ অৰ্থ  উত্তৰ হিচাপে লিখিব লাগে । এই পেইজৰ জৰিয়তে ছাত্ৰ ছাত্ৰীয়ে সামৰ্থক শব্দৰ বিষয়ে জানিবলৈ সক্ষম হব । লগতে সামৰ্থক শব্দ অৰ্থ PDF Download কৰিব পাৰিব ।   তলত কিছুমান সামৰ্থক শব্দ অৰ্থ দিয়া হৈছে--            ------- অ---- অগ্নি :-  অনল,   জুই,   বহ্নি,   পাৱক,   হুতাশন।   অতি  : -  অত্যন্ত, অতিশয়, অধিক, খুব, পৰম। অনুৰাগ : -   আসক্তি, প্ৰেম। অন্ধকাৰ  : -  তমঃ, তিমিৰ, আন্ধাৰ, নিশি। অমৰাপুৰী  : -  স্বৰ্গ, দেৱলোক। অমৃত : -   সুধা, অমিয়, পীযুষ। অৰ্থ : -   ধন, বিভৱ, বৈভৱ, বিভূতি, টকা, পইচা,   সম্পদ, বিত্ত, ঐশ্বৰ্য। অলংকাৰ : -   আভৰণ, কানি-কাপোৰ। অসুৰ : -  দৈত্য, দানৱ, দেৱাৰি, ইন্দ্ৰাৰি,দিতিসুত, দেৱৰিপু। অসুখ:  অশান্তি, বেজাৰ, অসন্তোষ, অসুস্থতা।   ...